ETV Bharat / state

SI Detained by Anti Corruption Team: দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ নমশূদ্ৰ

দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ পৰিদৰ্শক ধীৰাজ নমশূদ্ৰ ৷ বৃহস্পতিবাৰে সন্ধিয়া আটক কৰে গহপুৰ মহকুমা আৰক্ষী থানাৰ আৰক্ষী উপ পৰিদৰ্শক ধীৰাজ নমশূদ্ৰ ৷

author img

By

Published : Dec 8, 2022, 7:53 PM IST

SI Detained by police
দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ নমশূদ্ৰ
  • দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ নমশূদ্ৰ
  • বৃহস্পতিবাৰে সন্ধিয়া আটক কৰে গহপুৰ মহকুমা আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক ধীৰাজ নমশূদ্ৰক
  • প্ৰিয়ংকা উপাধ্যায় নামৰ এগৰাকী অভিযুক্তৰ মহিলা পৰা ২০ হাজাৰ টকা লোৱা অভিযোগত আটক
  • আৰক্ষী বিষয়াজনক গহপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.