ETV Bharat / state

বিশ্বনাথ জাৰি ১৪৪ ধাৰা - assam news

নিৰ্বাচনৰ প্ৰাকখনত যাতে কোনো সমাজবিৰোধী শক্তিয়ে জিলাখনত আইন-শৃংখলা তথা পৰিস্থিতি বিঘ্নিত কৰিব নোৱাৰে, সেয়া সুনিশ্চিত কৰাৰ বাবে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ নং ধাৰাৰ অধীনত এক নিৰ্দেশযোগে বিশ্বনাথ জিলা প্ৰশাসনে কেতবোৰ বিশেষ বাধা-নিষেধ আৰোপ কৰে

বিশ্বনাথ জাৰি ১৪৪ ধাৰা
author img

By

Published : Apr 12, 2019, 12:03 AM IST

বিশ্বনাথ, 11 এপ্ৰিলঃ বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি ৷ নিৰ্বাচনৰ প্ৰাকখনত যাতে কোনো সমাজবিৰোধী শক্তিয়ে জিলাখনত আইন-শৃংখলা তথা পৰিস্থিতি বিঘ্নিত কৰিব নোৱাৰে, সেয়া সুনিশ্চিত কৰাৰ বাবে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ নং ধাৰাৰ অধীনত এক নিৰ্দেশযোগে বিশ্বনাথ জিলা প্ৰশাসনে কেতবোৰ বিশেষ বাধা-নিষেধ আৰোপ কৰে ।

জিলা দণ্ডাধীশ পৱিত্ৰ ৰাম খাউণ্ডে এক নিৰ্দেশ যোগে বিশ্বনাথ জিলাখনত ৪ জনতকৈ অধিক ব্যক্তিৰ সমাৱেশ, ৰাইজৰ বেআইনী সমাৱেশ, আগতীয়াকৈ অনুমতি নোলোৱাকৈ ৰাজহুৱা সভা আদিৰ আয়োজন নিষিদ্ধ কৰা হৈছে বুলি সদৰী কৰে । আনহাতে, এই নিৰ্দেশ ভংগ কৰিলে আইন মতে কঠোৰভাৱে দণ্ডনীয় হ'ব বুলিও সদৰী কৰে নিৰ্দেশযোগে । তৎকালে বলৱৎ হ’বলগীয়া এই নিৰ্দেশ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলিও মন্তব্য কৰে জিলা দণ্ডাধীশে ।

Slug_A_Biswanath_DC_ office_144_ACT_scrpt_Srimanta

বিশ্বনাথ জিলাত ১৪৪ ধাৰা জাৰি 

 কোনো সমাজবিৰোধী শক্তিয়ে যাতে জিলাখনত আইন-শৃংখলা পৰিস্থিতি বিঘ্নিত কৰিব নোৱাৰে, সেয়া সুনিশ্চিত কৰাৰ বাবে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ নং ধাৰাৰ অধীনত এক নিৰ্দেশযোগে বিশ্বনাথ জিলা প্ৰশাসনে কেতবোৰ বিশেষ বাধা-নিষেধ আৰোপ কৰিছে। জিলা দণ্ডাধীশ পৱিত্ৰ ৰাম খাউণ্ডে  এক নিৰ্দেশ যোগে বিশ্বনাথ জিলাখনত ৪ জনতকৈ অধিক ব্যক্তিৰ সমাবেশ, ৰাইজৰ বেআইনী সমাৱেশ,  আগতীয়াকৈ অনুমতি নোলোৱাকৈ ৰাজহুৱা সভা আদিৰ আয়োজন  নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশ ভংগ কৰিলে আইন মতে কঠোৰ ভাৱে দণ্ডনীয় হব। তৎকালে বলৱৎ হ’বলগীয়া এই নিৰ্দেশ পৰৱৰ্তী আদেশ নিদিয়াপৰ্যন্ত বাহাল থাকিব।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম

বি:দ্ৰ: জিলা জনসংযোগ বিষয়াই দিয়া বিবৃতি 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.