ETV Bharat / state

বিশ্বনাথত পথ দুৰ্ঘটনা, মৃত্যু 1

বৃহস্পতিবাৰে পুৱা বিশ্বনাথ আৰক্ষী থানা অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সাধাৰুত সংঘটিত হয় পথ দুৰ্ঘটনা । এখন টাটা চুম'য়ে মহতিয়াই নিয়ে 15 বছৰীয়া এজন কিশোৰ ৷ ফলত থিতাতে নিহত হয় বিনদা কৈৰি নামৰ কিশোৰ গৰাকীক ৷

author img

By

Published : Jun 27, 2019, 1:38 PM IST

বিশ্বনাথত পথ দুৰ্ঘটনা, 1 মৃত্যু

বিশ্বনাথ, 27 জুনঃ বিশ্বনাথৰ সাধাৰুত শোকাৱহ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এজন ৷ বৃহস্পতিবাৰে পুৱা বিশ্বনাথ আৰক্ষী থানা অন্তৰ্গত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ সাধাৰুত সংঘটিত হয় পথ দুৰ্ঘটনা ।

বিশ্বনাথত পথ দুৰ্ঘটনা, 1 মৃত্যু
এখন টাটা চুম'য়ে মহতিয়াই নিয়ে 15 বছৰীয়া এজন কিশোৰ ৷ ফলত থিতাতে নিহত হয় বিনদা কৈৰী নামৰ কিশোৰ গৰাকী ৷ লগতে গুৰুতৰভাৱে আহত হয় 5 বছৰীয়া মনিস কৈৰী নামৰ শিশু গৰাকী ৷ আহত শিশু গৰাকী তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন ৷ আনহাতে, AS-14-J-2810 নম্বৰৰ গাড়ীখনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল যদিও পাচত গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় বিশ্বনাথ আৰক্ষীয়ে ৷

Intro:as_biswanath_accident_801_vis+byte_scrpt_as10018Body:as_biswanath_accident_801_vis+byte_scrpt_as10018Conclusion:as_biswanath_accident_801_vis+byte_scrpt_as10018

বিশ্বনাথৰ সাধাৰুত পথ দুৰ্ঘটনা টাটা চুমুয়ে মহতীয়ালে পথচাৰিক থিতাতে নিহত ১আহত ১

আজি পুৱাই বিশ্বনাথ আৰক্ষী থানা অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সাধাৰুত এক পথ দুৰ্ঘটনা সংঘটিত হয় ।
এই পথ দুৰ্ঘটনা বিনদা কৈৰি নামৰ ১৫ বছৰীয়া এজন যুৱক মৃত্যু হোৱা লগতে গুৰুত্ব ভাৱে আহত হয় ৫ বছৰীয়া মনিছ কৈৰি ।দুৰ্ঘটনা সংঘটিত কৰা
টাটা চুমুখনৰ নম্বৰ As- 14J-2810
ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰি পলায়ণ কৰা গাড়ী খন জব্দ কৰিছে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.