ETV Bharat / state

বিহালীত মন্ত্ৰী ৰণজিৎ দত্তৰ সামূহিক সুবিধা কেন্দ্ৰৰ আধাৰশিলা স্থাপন - ranjit dutta biswanath

মঙলবাৰে মন্ত্ৰী ৰঞ্জিত দত্তই স্থাপন কৰে অসম চৰকাৰৰ ৰেচম বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া উত্তৰ পূবৰ বস্ত্ৰ শিল্পৰ উন্নয়ন আঁচনিৰ অধীনত সামূহিক সুবিধা কেন্দ্ৰৰ আধাৰশিলা ৷

ranjit dutta inagurated bedeti adharshila
বিহালী বেদেতীত মন্ত্ৰী ৰণজিৎ দত্তৰ সামূহিক সুবিধা কেন্দ্ৰ আধাৰশিলা স্থাপন
author img

By

Published : Mar 18, 2020, 9:48 AM IST

বিশ্বনাথ,18 মাৰ্চঃ বিহালীৰ বেদেতীত সমূহীয়া সুবিধা কেন্দ্ৰৰ আধাৰশিলা স্থাপন ৷ মঙলবাৰে অসম চৰকাৰৰ ৰেচম বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া উত্তৰ পূৰ্বৰ বস্ত্ৰ শিল্পৰ উন্নয়ন আঁচনিৰ অধীনত সামূহিক সুবিধাৰ কেন্দ্ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ৰঞ্জিত দত্তই ।

ranjit dutta inagurated bedeti adharshila
বিহালী বেদেতীত মন্ত্ৰী ৰণজিৎ দত্তৰ সামূহিক সুবিধা কেন্দ্ৰ আধাৰশিলা স্থাপন
উল্লেখযোগ্য যে,অসমৰ তিনিখন জিলা ক্ৰমে গোলাঘাট,মাজুলী,আৰু বিশ্বনাথ জিলাত ৰেচম বিভাগৰ দ্বাৰা নিৰ্মিত হ'বলগীয়া সামূহিক সুবিধা কেন্দ্ৰ সমুহৰ ভিতৰত তৃতীয়টো কেন্দ্ৰ মঙলবাৰে বিহালী বেদেতীত স্থাপন কৰে মন্ত্ৰী ৰণজিৎ দত্তই। ইফালে প্ৰথমে বিহালী বালিপুখুৰীত মন্ত্ৰী দত্তই ৪৯ লাখ টকীয়া এটি সমূহীয়া কেন্দ্ৰ আধাৰশিলা স্থাপন কৰা পাছতে মন্ত্ৰী গৰাকীয়ে আন এটা ৩৯ লাখ টকীয়া সমূহীয়া সুবিধা কেন্দ্ৰ আধাৰশিলা স্থাপন কৰে । আধাৰশিলা স্থাপনৰ সময়ত মন্ত্ৰী গৰাকীক সংগ দিয়ে পশ্চিম বিহালী মণ্ডল কমিতিৰ সভাপতি দধিৰাম শৰ্মা,পূৰ্বমণ্ডল কমিতিৰ সভাপতি ৰঞ্জিন জ্যোতি দাস লগতে ৰেম বিভাগৰ সঞ্চালক মুকটানাথ শইকীয়া আৰু বিভাগীয় বিষয়া পুতুল শৰ্মাকে ধৰি বহু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ৷ লগতে পঢ়কঃকৰ'ণা ভাইৰাছৰ বাবে এতিয়া বিপদত অসমীয়া ছবি পৰিচালক !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.