ETV Bharat / state

বিশ্বনাথত উগ্ৰপন্থীৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Jun 18, 2019, 12:08 AM IST

সোমবাৰে সন্ধিয়া বিশ্বনাথৰ কুহিয়াবাৰী শতাধিক মহিলা পুৰুষ যুৱক যুৱতী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হাতে হাতে মম  লৈ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিবাদকাৰীসকলে ৷

বিশ্বনাথত উগ্ৰপন্থীৰ বিৰুদ্ধে প্ৰতিবাদ

বিশ্বনাথ, 17 জানুৱাৰীঃ ভাৰতীয় জোৱানৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ আৰু ঝাৰখণ্ডৰ উগ্ৰপন্থী বৰ্বৰ আক্ৰমণ বিৰুদ্ধে বিশ্বনাথত প্ৰতিবাদী সমদল ৷ সোমবাৰে সন্ধিয়া বিশ্বনাথৰ কুহিয়াবাৰী শতাধিক মহিলা পুৰুষ যুৱক যুৱতী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হাতে হাতে মম লৈ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ লগতে পাকিস্তান মুৰ্দাবাদ, বীৰ জোৱান অমৰ হওক, পাকিস্তান হুচিয়াৰ, সন্ত্ৰাসবাদ নিপাত যাওক, ভাৰত মাতা কি জয় আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, বিগত 1 জুনত ঝাৰখণ্ডত মাওবাদীৰে সংঘৰ্যত নিহত হোৱা অসমৰ বীৰ নীৰজ চেত্ৰী শ্বহীদ হোৱাৰ উপৰিও কমলপুৰৰ সুনীল কলিতাকে ধৰি শ্বহীদ হৈছিল অসমৰ আন কেইবাজনো বীৰ জোৱান ৷

Intro:as_biswanath_kohiabari_protes_803_17_june_vis+byte+scrpt_as10018Body:as_biswanath_kohiabari_protes_803_17_june_vis+byte+scrpt_as10018Conclusion:ভাৰতীয় জোৱানৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ আৰু ঝাৰখণ্ডৰ উগ্ৰপন্থী বৰ্বৰ আক্ৰমণ বিৰুদ্ধে বিশ্বনাথত প্ৰতিবাদী সমদল

কাশ্মীৰৰ পুলৱামাত ভাৰতীয় জোৱানৰ ওপৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ
আৰু যোৱা ১ জুনত ঝাৰ খণ্ডৰ আৰু ssb মাজত মুখামুখি সংঘৰ্ষ ফলত অসমৰ বিশ্বনাথ জোৱান নীৰজ চেত্ৰী স্বহীদ হৈছিল তাৰ পিচত পুণৰ অসমৰ কেইবাজনো জোৱান উগ্ৰপন্থী হাত মৃত্যু বৰণ কৰিছিল তাৰ
প্ৰতিবাদত আজি বিশ্বনাথ জিলা কুহিয়াবাৰী শতাধিক মহিলা পুৰুষ যুৱক যুৱতী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হাতে হাতে মম বাতি লৈ নিৰজ অসমৰ অসমৰ স্বহীদ সকল অসমৰ উগ্ৰপন্থী হুচিয়া আদিৰে শ্লগানে ৰাজ পথত উত্তাল কৰি প্ৰতিবাদী সমল উলোৱাই প্ৰতিবাদ সাব্যস্ত কৰে ।

আজি সন্ধিয়া ৭মান বজাত কুহিয়াবাৰী মন্দিৰত সকলো ৰাইজ এক গোট হৈ স্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনাই ৰাজপথ সমদল উলোৱাই পাকিস্তান মুৰ্দাবাদ, বীৰ জোৱান অমৰ ৰহে, পাকিস্তান হুচিয়াৰ, সন্ত্ৰাসবাদ নিপাত যাওক, ভাৰত মাতা কি জয় আদি বিভিন্ন শ্লোগানো দি উগ্ৰপন্থী সকীয়নি দিয়ে ।

বিশ্বনাথ পৰা
শ্ৰীমন্ত দাস ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.