বিশ্বনাথ,31অক্টোবৰ : শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো কংগ্ৰেছৰ সত্যাগ্ৰহ ৷ শ্ৰমিক বিৰোধী আইনৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বিশ্বনাথৰ ৰাজীৱ ভৱনত কিষাণ অধিকাৰ দিৱস উপলক্ষে কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ কৃষকক যি কৃষক বিৰোধী আৰু শ্ৰমিক বিৰোধী আইন জাপি দিছে সেই আইনৰ বিৰুদ্ধেই শতাধিক কংগ্ৰেছ কৰ্মীয়ে ২ ঘন্টীয়া "সত্যাগ্ৰহ" কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্য়স্ত কৰে ।
লগতে পঢ়ক:ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শিৱসাগৰত মুখ্যমন্ত্ৰী সোণোৱাল