বিহালী, 23 জুনঃ বিহালী সমষ্টিত বাঁহৰ দলঙৰে বিপদ সংকুল যাত্ৰা স্থানীয় ৰাইজ, তথা ছাত্ৰ-ছাত্ৰীৰ ৷ পকী দলং নিৰ্মাণৰ বাবে খুঁটা পুতি ঠিকাদাৰ পলায়ন কৰাৰ ফলত দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, বিহালী সমষ্টিৰ অন্তৰ্গত লাওদলনি থকা এখন বাঁহৰ দলঙে জ্বলা-কলা খোৱাইছে লাওদলনিৰ অঞ্চলবাসীক ৷ ৰাইজে গাঠিৰ ধন ভাঙি দলঙখন নিৰ্মাণ কৰিছিল যদিও ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰা বাঁহৰ দলঙখনৰ বাবেই শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ইতিমধ্যে দলঙখনৰ পৰা পৰি আঘাট প্ৰাপ্ত হৈছে বহুকেইজন লোক ৷ দলঙখন সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ ৰাইজৰ গাঠিৰ ধন ভাঙি দলঙখন নিৰ্মাণ কৰিছিল যদিও ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰা বাঁহৰ দলঙখনৰ বাবেই শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
বিহালীত বাঁহৰ দলঙৰে বিপদ সংকুল যাত্ৰা - assam news
ৰাইজে গাঠিৰ ধন ভাঙি দলঙখন নিৰ্মাণ কৰিছিল যদিও ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰা বাঁহৰ দলঙখনৰ বাবেই শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
বিহালী, 23 জুনঃ বিহালী সমষ্টিত বাঁহৰ দলঙৰে বিপদ সংকুল যাত্ৰা স্থানীয় ৰাইজ, তথা ছাত্ৰ-ছাত্ৰীৰ ৷ পকী দলং নিৰ্মাণৰ বাবে খুঁটা পুতি ঠিকাদাৰ পলায়ন কৰাৰ ফলত দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, বিহালী সমষ্টিৰ অন্তৰ্গত লাওদলনি থকা এখন বাঁহৰ দলঙে জ্বলা-কলা খোৱাইছে লাওদলনিৰ অঞ্চলবাসীক ৷ ৰাইজে গাঠিৰ ধন ভাঙি দলঙখন নিৰ্মাণ কৰিছিল যদিও ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰা বাঁহৰ দলঙখনৰ বাবেই শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ইতিমধ্যে দলঙখনৰ পৰা পৰি আঘাট প্ৰাপ্ত হৈছে বহুকেইজন লোক ৷ দলঙখন সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰাইজ ৷ ৰাইজৰ গাঠিৰ ধন ভাঙি দলঙখন নিৰ্মাণ কৰিছিল যদিও ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰা বাঁহৰ দলঙখনৰ বাবেই শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷
Body:as_behali_23_june bamboo bridge vis+byte_scrpt_tridip_das
Conclusion:
বিহালী সমষ্টিত বাঁহৰ দলঙৰ ওপৰেদি বিপদ সংকূল যাত্ৰা ৰাইজৰ,ছাত্র ছাত্রী পকী দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ
খুটা পুতি ঠিকাদাৰ পলাইয়ন
বিহালী সমষ্টিত আজিও একাংশ ৰাইজে দুভাগ্যজনক ভাৱে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। নদীৰ ওপৰত পকী দলঙৰ নথকাৰ ফলত স্থানীয় ৰাইজ তথা ছাত্ৰ ছাত্ৰীয়ে নিজে গাঠিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰি লবলগীয়া হৈছে বহু সময়ত ।
বিহালী সমষ্টিৰ অন্তৰ্গত নিজ সুলমাৰী আৰু লাও দলনি হৈ জিনজিয়া চাহ বাগিচাৰ আৰু পাভৈ চাহবাগিচা আৰু পাভৈ হৈ বিশ্বনাথ চাৰিআলি জিনজিয়া আদি সংযোগী পথচোৱাত থকা থকা লাওদলনি ওপৰত থকা এই খন বাহৰ দলঙে জলাকলা খোৱাই ছে জনসাধাৰণৰক ।
এই
নদী ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজ তথা ছাত্র ছাত্ৰীয়ে বাঁহৰ দলঙৰ ওপৰেদি অহা যোৱা কৰিবলগীয়া হোৱা ঘটনাই ৰাইজক সংকীট কৰি তুলিছে ।
দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সকলে বিপদ সংকূল ভাৱে অহা-যোৱা কৰি আহিছে।
নৈখনৰ ওপৰত ৰাজ্য চৰকাৰৰ জনপ্ৰতিনিধি সকলে পকী দলঙৰ ব্যৱস্থা কৰি নিদিয়াৰ ফলত স্থানীয় ৰাইজে দান-বৰঙনি সংগ্ৰহ কৰি নিজাববীয়াকৈ বাঁহৰ দলং খন মেৰামতি কৰি আহিছে ।
ইফালে বাঁহৰ দলঙখনৰ পৰা বহু লোক পৰি আঘাত প্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।
আনহাতে বিহালী সমষ্টিৰ বিধায়ক তথা কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্ত চকুত পৰিব নে ? এই দলং খন নিৰ্মাণ কৰিবলৈ ?
নে এই দৰেই বিপত সংকুল ভাৱে ছাত্ৰ ছাত্ৰী অহা কৰিব সেই টো হে এতিয়া ৰাইজৰ কোটি টকীয়া প্ৰশ্ন ।
বিহালী পৰা ত্ৰিদিপ দাসৰ ৰিপৰ্ট ই
টিভি ভাৰত অসম