ETV Bharat / state

বিশ্বনাথত বন্ধ গল্ড ডিজিটেল চিনেমা হল

author img

By

Published : Sep 6, 2019, 7:42 PM IST

বিশ্বনাথত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ উপস্থিত হৈ ৬ ছেপ্টেম্বৰ তথা শুকুৰবাৰৰ দিনা ডিজিটেল গল্ড চিনেমা হল খোলা হ'ব বুলি মন্তব্য কৰিছিল যদিও কোনোৱে হলটো খোলা পৰিৱেশ দেখা নগ'ল ৷

বিশ্বনাথ গল্ড ডিজিটেল চিনেমা হল বন্ধ

বিশ্বনাথ,6ছেপ্টেম্বৰঃ বহু আশা আকাংক্ষাৰ মূৰত শুকুৰবাৰে মুক্তি পালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা । অসমৰ চিনেমা হলসমূহত জুবিনৰ অনুৰাগীসকলে ভিৰ কৰাৰ সময়তে বিশ্বনাথৰ ডিজিটেল গল্ড চিনেমা হলৰ পৰিৱেশ নিমাওমাও । কাৰণ শুকুৰবাৰেও মুকলি নহ'ল বিশ্বনাথৰ গল্ড ডিজিটেল চিনেমা হল । চাওক এই সন্দৰ্ভত বিশ্বনাথৰ পৰা শ্ৰীমন্ত দাসৰ এক প্ৰতিবেদনঃ-

Intro:as_Biswanath_802_Gold_ digital_Cinema_Hall_vis_dl_scrpt_as10018Body:as_Biswanath_802_Gold_ digital_Cinema_Hall_vis_dl_scrpt_as10018Conclusion:as_Biswanath_802_Gold_ digital_Cinema_Hall_vis_dl_scrpt_as10018
বিশ্বনাথৰ ডিজিটেল চিনেমা হল আজিও মুকলি নহ'ল ।
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গো

বহু আশা আকাংক্ষা মুৰত আজি মুক্তি পালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গোৰ ছবি কাঞ্চনজংঘা ।
কিন্তু অসমৰ চিনেমা হল যুৱক যুৱতী পৰা জুবিনৰ অনুগামী ভিৰ কৰা সময়তে বিশ্বনাথৰ ডিজিটেল গল্ড চিনেমা হলৰ পৰিৱেশ নিমাওমাও ।
কাৰণ আজিও মুকলি নহল হলটো ।
বিশ্বনাথ চাৰিআলিৰ বাসীৰ বাবে কিছু বছৰ আগতেই এই
শতৰূপা কম্পপ্লেক্স পাভৈ টকীজত গৃহটো গল্ড চিনেমা হলৈ ৰূপান্তৰ কৰি এটা সুন্দৰ হল মুকলি কৰিছিল বিশ্বনাথৰ কেইজনীমান যুৱ ব্যৱসায়ীয়ে কিন্তু তেওঁ লোকৰ মাজত কিছু খেলি মেলি হোৱাটো হলটো পুণৰ বন্ধ হৈ পৰিছিল ।
ইফালে দুদিনমান পূৰ্বে বিশ্বনাথত
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গো উপস্থিত হৈ ৬ ছেপ্টেম্বৰ আগতে হল খোলা হ'ব বুলি মন্তব্য কৰিছিল যদিও আজি ৬ছেপ্টেম্বত কোনো হলটো খোলা পৰিৱেশ দেখা নগল
এই সন্দৰ্ভত ই টিভি ভাৰত অসমৰ এক প্ৰতিবেদন ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.