ETV Bharat / state

গহপুৰৰ ৰাজপথত দাউদাউকৈ জ্বলিল মটৰ চাইকেল - Gohpur Motorcycle Burn on road biswanath assam etv bharat news

শনিবাৰে পুৱা গহপুৰত লাগিল শনি ৷ গহপুৰৰ ৰাজপথত দাউ-দাউকৈ জ্বলি উঠিল এখন মটৰ চাইকেল ৷

গহপুৰৰ ৰাজপথত দাউদাউকৈ জ্বলিল মটৰ চাইকেল

author img

By

Published : May 29, 2021, 2:15 PM IST

বিশ্বনাথ,29 মে’: শনিবাৰে পুৱা গহপুৰৰ ৰাজপথত দাউ-দাউকৈ জ্বলি উঠিল এখন মটৰ চাইকেল ৷ বিশ্বনাথৰ গহপুৰ মহকুমাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ককিলা চাৰিআলিত জ্বলি উঠিল মটৰ চাইকেলখন ৷ একপ্ৰকাৰে শনিবাৰে পুৱা গহপুৰত লাগিল শনি ৷

গহপুৰৰ ৰাজপথত দাউদাউকৈ জ্বলিল মটৰ চাইকেল

উক্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, মটৰ চাইকেলখনত নিকটৱৰ্তী পেট্ৰ’ল ডিপোৰ পৰা ড্ৰামত ডিজেল, পেট্ৰ’ল ভৰ্তি কৰি পাছফালে বান্ধি নি থকা অৱস্থাত চাইলেঞ্চাৰৰ পৰা অগ্নি সংযোগ হোৱা ফলতে দুৰ্ঘটনাটো সংঘটিত হয় ৷ উক্ত দুৰ্ঘটনাটোৰ ফলত মটৰ চাইকেলখন সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷ গহপুৰ শান্তিপুৰ দেউৰী গাঁৱৰ চিন্টু দেউৰী নামৰ বাইক আৰোহীজনৰ উক্ত ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে ৷

লগতে চাওকঃ ক’ভিডত আক্ৰান্ত হৈ দেহাৱসান লেহোৰাম বড়োৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.