ETV Bharat / state

বিহালী স্নাতক মহাবিদ্যালয় আৰু দীনদয়াল মহাবিদ্যালয়ত উপস্থিত শিক্ষামন্ত্ৰী

author img

By

Published : Jun 12, 2022, 8:37 AM IST

বিহালীত শিক্ষামন্ত্ৰীৰ দীনদয়াল উপাধ্যায় আৰ্দশ মহাবিদ্যালয় আৰু বিহালী স্নাতক মহাবিদ্যালয়ত পৰিদৰ্শন ৷ পৰিদৰ্শনৰ কালত শিক্ষামন্ত্ৰীগৰাকীক সংগ দিয়ে প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই(MLA Ranjit Dutta at Bihali) ৷

education-minister-visits-two-colleges-in-bihali
বিহালীত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মহাবিদ্যালয় পৰিদৰ্শন

বিহালী, 12 জুন : শনিবাৰে বিহালীত উপস্থিত হয় অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু(Assam Education minister visit at Bihali) ৷ বিহালীত উপস্থিত হৈ দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় আৰু বিহালী স্নাতক মহাবিদ্যালয়ত পৰিদৰ্শন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে(Education Minister visits two colleges in Bihali)৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পিছত তেজপুৰত শনিবাৰে অনুষ্ঠিত হৈ যায় মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক । এই বৈঠকৰ পিছতে গৃহ সমষ্টিলৈ যোৱাৰ পথত বিহালী সমষ্টিৰ ৰতোৱাত অৱস্থিত দীনদয়াল উপাধ্যায় আৰ্দশ মহাবিদ্যালয়ত উপস্থিত হৈ মহাবিদ্যালয়খনৰ আন্তঃগাঠনি তথা সমস্যাসমূহৰ বিষয়ে লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক, অধ্যাপিকাসকলৰ সৈতে মত-বিনিময় কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ।

আনহাতে, বিহালী স্নাতক মহাবিদ্যালয়ত উপস্থিত মহাবিদ্যালয়খনৰ কৰ্মচাৰীসকলৰ সৈতে এক আলোচনাত মিলিত হয় শিক্ষামন্ত্ৰীগৰাকী । মন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ কালত সংগ দিয়ে প্ৰাক্তন মন্ত্ৰী তথা বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই(MLA Ranjit Dutta at Bihali) ৷

লগতে পঢ়ক : ৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.