বিশ্বনাথ, ১২ জুনঃ শুকুৰবাৰে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ বিভিন্ন দল সংগঠন আৰু সাধাৰণ জনতাৰ প্ৰতিবাদত কপি উঠিল গহপুৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । জানমনি কুটুমৰ হত্যাকাৰীক শাস্তি প্ৰদানৰ দাবীত মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে গহপুৰ আছু,সদৌ মিচিং ছাত্ৰ সন্থা,এম এম কে, আছা,আটছা,অনুসূচিত জাতি ছাত্ৰ সন্থা,AJYCP আৰু গহপুৰৰ সাধাৰণ ৰাইজে ৷
লগতে পঢ়কঃ যিশুখ্ৰীষ্টৰ সোণৰ মূৰ্তিসহ হাউলী আৰক্ষীৰ জালত 8 জনীয়া ডকাইতৰ দল