বিশ্বনাথ,31 মাৰ্চ: দেওবাৰে বিশ্বনাথৰ বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ নেতৃত্বত অনুষ্ঠিত হয় এক নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিজেপিৰ মনোনীত প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ চলোৱা এই প্ৰচাৰ সভাতে গোৰ্খা ছাত্ৰ নেতাৰ লগতে কেইবাজনো গোৰ্খা জাতিৰ লোকে বিজেপিত যোগদান কৰে ৷ ইপিনে গোৰ্খা ছাত্ৰ সন্থা ত্যাগ কৰি গেৰুৱা বসন পিন্ধিয়ে বিজেপিৰ গুণগানত পঞ্চমুখ হ'ল ছাত্ৰনেতাজন ৷ ইপিনে বিগত সময়ত আৰ পি শৰ্মাক তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব নিদিয়াক কেন্দ্ৰ কৰি লগতে কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই গোৰ্খা জাতিক কৰা কটু মন্তব্য দিয়াত সমগ্ৰ অসমতেই গোৰ্খা ছাত্ৰ সন্থাই মন্ত্ৰী ৰণজিৎ দত্তৰ বিৰুদ্ধে আৰু বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ কিন্তু ঠিক তেনে সময়তে বিহালীত ছাত্ৰ নেতাজনৰ লগতে কেইবাজনো গোৰ্খা জনজাতিৰ লোকৰবিজেপিত যোগদানপ্ৰকৃততে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ আনহাতে মন্ত্ৰী ৰণজিৎ দত্তই দলীয় সভাত এইবাৰ লোকসভাৰ দুই সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে 9নং তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু 14নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক ভোট দিব নালাগে বৰঞ্চবিজেপি আৰু নৰেন্দ্ৰ মোডীক ভোট দিবলৈ আহ্বান জনায় ।
"বিজেপিয়ে গোৰ্খা জাতিক সুৰক্ষা দিব"- গোৰ্খা ছাত্ৰ নেতা - বিশ্বনাথ
বিহালীত মন্ত্ৰী ৰণজিৎ দত্তৰ নেতৃত্বত ছাত্ৰনেতাই গোৰ্খা ছাত্ৰ সন্থা এৰি পিন্ধিলে গেৰুৱা বসন ৷ পল্লৱ লোচন দাস আৰু প্ৰদান বৰুৱাক ভোট দিব নালাগে মন্ত্ৰী ৰণজিৎ দত্তৰ মতে ভোট দিব লাগে বিজেপি আৰু মোডীক ৷
বিশ্বনাথ,31 মাৰ্চ: দেওবাৰে বিশ্বনাথৰ বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ নেতৃত্বত অনুষ্ঠিত হয় এক নিৰ্বাচনী প্ৰচাৰ সভা ৷ বিজেপিৰ মনোনীত প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ চলোৱা এই প্ৰচাৰ সভাতে গোৰ্খা ছাত্ৰ নেতাৰ লগতে কেইবাজনো গোৰ্খা জাতিৰ লোকে বিজেপিত যোগদান কৰে ৷ ইপিনে গোৰ্খা ছাত্ৰ সন্থা ত্যাগ কৰি গেৰুৱা বসন পিন্ধিয়ে বিজেপিৰ গুণগানত পঞ্চমুখ হ'ল ছাত্ৰনেতাজন ৷ ইপিনে বিগত সময়ত আৰ পি শৰ্মাক তেজপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব নিদিয়াক কেন্দ্ৰ কৰি লগতে কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই গোৰ্খা জাতিক কৰা কটু মন্তব্য দিয়াত সমগ্ৰ অসমতেই গোৰ্খা ছাত্ৰ সন্থাই মন্ত্ৰী ৰণজিৎ দত্তৰ বিৰুদ্ধে আৰু বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ কিন্তু ঠিক তেনে সময়তে বিহালীত ছাত্ৰ নেতাজনৰ লগতে কেইবাজনো গোৰ্খা জনজাতিৰ লোকৰবিজেপিত যোগদানপ্ৰকৃততে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷ আনহাতে মন্ত্ৰী ৰণজিৎ দত্তই দলীয় সভাত এইবাৰ লোকসভাৰ দুই সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে 9নং তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস আৰু 14নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক ভোট দিব নালাগে বৰঞ্চবিজেপি আৰু নৰেন্দ্ৰ মোডীক ভোট দিবলৈ আহ্বান জনায় ।
Body:বিজেপিয়ে গোৰ্খা জাতিক সুৰক্ষা দিব গোৰ্খা নেতা মন্তব্য / গোৰ্খা ছাত্ৰ সন্থা এৰি পিন্ধিলে গেৰুৱা বসন
/ পল্লোচনৰ দাস আৰু প্ৰদান বৰুৱাক ভোট দিব নালাগে মোডীক ভোট দিব লাগে মন্ত্ৰী ৰণজিৎ দত্ত
Conclusion:
বিজেপিয়ে হে গোৰ্খা সকলক সুৰক্ষা দিব কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্তৰ প্ৰসংগত পঞ্চমুখ গোৰ্খা ছাত্ৰ নেতা ।
গোৰ্খা ছাত্র সন্থা ত্যাগ কৰি গ্ৰহণ কৰিলে গেৰুৱা বসন
৯ নং লোকক সভা সমষ্টিটো এটা অন্যতম লোকক সভা সমষ্টিৰ ।
বিগত বিজেপি তথা গোৰ্খা জনগোষ্ঠীৰ হৈ প্ৰতিনিধিত্ব কৰা আৰ পি শৰ্মা দখলত থকা সমষ্টিতো এই বাৰ গোৰ্খা জনগোষ্ঠীৰ কোনো নেতাক বিজেপিয়ে টিকট নিদিয়াত ৰাজ্যত গোৰ্খা জনগোষ্ঠীৰ ছাত্র সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ।
দাবী জনাইছিল গোৰ্খা জনগোষ্ঠীৰ তৰফৰ পৰা লোকক সভা সমষ্টিৰ তো পৰা এজনক টিকট দিবলৈ কিন্তু অৱশেষত কোনো গোৰ্খা জনগোষ্ঠীৰ পৰা লোক সভা সমষ্টিতো পৰা প্ৰাৰ্থীত্ব নিদিয়াত জনগোষ্ঠীৰ মাজত এক বিজেপি বিৰোধী য়ে সংকটি কৰি তুলিছে বিজেপিক ।
ইফালে কিছু দিনৰ পূৰ্বৰে বিজেপি বিহালী বিধায়ক তথা বৰ্তমানৰ কেৱিনেট মন্ত্ৰী ৰণজিৎ দত্তই গোৰ্খা জনগোষ্ঠীৰ বিৰুদ্ধে কটু মন্তব্য দিয়াত সমগ্ৰ অসমতেই গোৰ্খা ছাত্ৰ সন্থাই মন্ত্ৰী ৰণজিৎ দত্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি জনগোষ্ঠীতো ওচৰত ক্ষমা খুজা দাবী জনাইছিল যদিও মন্ত্ৰী ৰণজিৎ দত্তই কোনো সেই প্ৰতিবাদক গুৰুত্ব নিদি তেনে মন্তব্য দিয়া নাই বুলি হে প্ৰকাশ কৰি বিষয়টো পৰা আতৰি চলিছিল ।
ইফালে কিছু দিন ধৰি প্ৰতিটো মূহুৰ্তত মন্ত্ৰী ৰণজিৎ দত্তই গোৰ্খা ছাত্র সন্থা পৰা প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হৈ আছিল যদিও দেওবাৰে সেই গোৰ্খা ছাত্ৰ সন্থা নেতা মুখত শুনা গ'ল মন্ত্ৰী ৰণজিৎ দত্তৰ প্ৰশংসা ।
আনহাতে দুদিন পূৰ্বে যি গোৰ্খা ছাত্ৰ সন্থাই মন্ত্ৰী ৰণজিৎ দত্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছিল তেনে সময়তে এজন গোৰ্খা ছাত্র সন্থা নেতাই বিজেপিত যোগদান কৰি মন্ত্ৰী ৰণজিৎ দত্তৰ প্ৰশংসা মুখিয়ে আচৰিত কৰি তুলে বিশ্বনাথ বাসীক । দেওবাৰে বিহালী বৰগাং ত মন্ত্ৰী ৰণজিৎ দত্তই এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা সময়তে গোৰ্খা নেতা জনৰ লগতে বহু কেইটা ৰাজনৈতিক দৰ নেতাই বিজেপিত যোগদান কৰে ।
লক্ষ্যণীয় বিষয় এই যে বিহালী গোৰ্খা ছাত্র সন্থাৰ আঞ্চলিকৰ প্ৰচাৰ সম্পাদক দিপক শৰ্মা মতে বিজেপিয়ে হে গোৰ্খা সকলক সুৰক্ষা দিব আৰু বিজেপি জৰিয়তে জাতিটোৰ উন্নতি কৰিব বুলি সাংবাদিক আগত প্ৰকাশ কৰে ।
আনহাতে সাংবাদিক তৰফৰ পৰা জানিব বিচৰাৰ হৈছিল বিজেপি য়ে কোনো গোৰ্খা জনগোষ্ঠীক টিকট নিয়াত পল্লোচনৰ বিৰুদ্ধে গোৰ্খা সকলে ভোট প্ৰদান নকৰিব নেকি বুলি জানিব বিচৰাত গোৰ্খা নেতা জনে কয় ৬০ শতাংশ গোৰ্খা লোকে এই বাৰ পল্লোচনৰ দাস ভোট দি জয় কৰাব ।
আনহাতে মন্ত্ৰী ৰণজিৎ দত্তই এখনি দলী সভাত প্ৰকাশ কৰে কংগ্ৰেছ দলে এই বাৰ এজন দাক্ষিণত্য ভিলেইনক টিকট দিলে গতিকে এই ভিলেইনক কোনো লোকেঢ়ভোট নিদিয়ে বুলি আক্ৰমণ কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জনক । আনহাতে মন্ত্ৰী ৰণজিৎ দত্তই দলীয় সভাত কয় এই বাৰ লোক সভাৰ দুই সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে ৯ নং তেজপুৰ লোকক সভা সমষ্টিৰ প্ৰাৰ্থী পল্লোচনৰ দাস আৰু ১৪ নং লোকক সভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাক ভোট দিব নালাগে ভোট দিয়ক বিজেপি আৰু নৰেন্দ্ৰ মোডীক । উল্লেখযোগ্য যে
লক্ষ্যণীয় বিষয়টো হ'ল প্ৰকৃততে কাৰ পক্ষত গোৰ্খা ৰাইজ সেই টো অহা ১১ এপ্ৰিল হে প্ৰমাণ হ'ব ।
বাইট- গোৰ্খা ছাত্ৰ তথা বৰ্তমান বিজেপি নেতা
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম