ETV Bharat / state

ভোটগণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন

ভোটগণনাৰ দিনটোকলৈ দলীয় নেতা-কৰ্মীৰ লগতে সমৰ্থকৰ মাজতো দেখা গৈছে ব্যাপক উৎকণ্ঠা ৷ পুৱা আঠ বজাৰ পৰা আৰম্ভ হ’ব এই ভোটগ্ৰণনা প্ৰক্ৰিয়া ৷ নিৰাপত্তাৰ দিশত সষ্টম আৰক্ষী প্ৰশাসন ৷ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হ’ব ভোটগণনা ৷

etv bharat
author img

By

Published : May 22, 2019, 6:42 PM IST

বিশ্বনাথ,22 মে’: লোকসভা নিৰ্বাচনৰ ভোট গণনাক লৈ বিশ্বনাথ জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি ৷ লগতে,ভোটগণনা কক্ষসমূহত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সংঘটিত হ'ব নোৱাৰে তাৰ বাবে নিৰাপত্তাৰ দিশতো যথেষ্ট কটকটীয়া কৰি তুলিছে প্ৰশাসনে। পুৱা আঠ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰম্ভ হ’ব এই ভোটগণনা প্ৰক্ৰিয়া ৷ সমৰ্থকসকলৰ মাজতো উৎকণ্ঠা বৃদ্ধি পোৱা দেখা গৈছে ৷

ভোটগণনাৰ বাবে সাজু বিশ্বনাথ জিলা প্ৰশাসন

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি মনোজ গৌতমে ৷ শ্ৰীমন্ত দাসৰ এক প্ৰতিবেদন -

Intro:as_bsw_election_byte_vis_1_ptc_scrpt_as10018

Body:as_bsw_election_byte_vis_1_ptc_scrpt_as10018

Conclusion:as_bsw_election_byte_vis_1_ptc_scrpt_as10018

২৩মে ভোট গণনা কেন্দ্ৰ কৰি সমৰ্থক উৎকষ্ঠা বিশ্বনাথত

লোক সভা নিৰ্বাচনৰ ভোট গণনাক লৈ বিশ্বনাথ জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি চলোৱা লগতে কটকটীয়া কৰি তুলিছে নিৰাপত্তা দিশ ।

লোক সভা নিৰ্বাচনৰ ভোট গণনা নিয়াৰিকৈ আৰু শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰিবলৈ বিশ্বনাথ জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলোৱা লগতে ভোট গণনা কক্ষ সমুহত যাতে কোনো অঘটন সংঘটিত হ'ব নোৱাৰে তাক লৈ কটকটীয়া কৰি তুলিছে নিৰাপত্তা দিশটো ।
আনহাতে কাইলৈ অথাৎ ২৩ মে ত লোক সভা ফলাফল ঘোষণা কেন্দ্ৰ কৰি দলীয় সমৰ্থক সকলৰ মাজত তীব্ৰ উৎকষ্ঠা দেখা গৈছে ।
পূৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনাক লৈ এই এইদৰে কয় বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি মনোজ গৌতমে
ই টিভি ভাৰত অসমৰ এক বিশেষ প্ৰতিবেদন ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.