ETV Bharat / state

বিশ্বনাথত কৰ'ণাৰ সন্দেহত এজনক চিকিৎসালয়ত ভৰ্তি - বিশ্বনাথ

BISWANATH SUSPECTED CARONA
বিশ্বনাথত কৰ'ণাৰ সন্দেহত এজনক চিকিৎসালয়ত ভৰ্তি
author img

By

Published : Mar 15, 2020, 12:15 PM IST

Updated : Mar 15, 2020, 1:43 PM IST

12:03 March 15

কেইদিনমান পূৰ্বে কেৰালাৰ পৰা অহা লোকজন জ্বৰ আৰু পানীলগাত আক্ৰান্ত

বিশ্বনাথত কৰ'ণাৰ সন্দেহত এজনক চিকিৎসালয়ত ভৰ্তি

বিশ্বনাথ, 15 মাৰ্চঃ বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত ক'ৰোণাৰ সন্দেহত এজনক নিশা ভৰ্ত্তি 

ৰখা হৈছে আছুতীয়া কক্ষত 

ইতিমধ্যে কৰ'ণা ভাইৰাছত লোকজন আক্ৰান্ত বুলি সন্দেহ কৰা হৈছে 

লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে

ঘটনাটোক কেন্দ্ৰ কৰি বৰ্তমান বিশ্বনাথ জিলাত আতংকই বিৰাজ কৰিছে

Last Updated : Mar 15, 2020, 1:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.