ETV Bharat / state

কিমান সুৰক্ষিত বিশ্বনাথবাসী ! - খহনীয়া

মথাউৰিৰ কাষত খহনীয়াৰ কাল ৰূপ ! দুবছৰেও সম্পূৰ্ণ নহ'ল জিঅ'মেটৰ কাম ।

কিমান সুৰক্ষিত বিশ্বনাথবাসী !
author img

By

Published : May 10, 2019, 8:55 PM IST

বিশ্বনাথ,১০ মে' : এফালে বাৰিষা সমাগত আনফালে বিশ্বনাথ ঘাটৰ পানপুৰ মথাউৰিৰ কাষত খহনীয়াৰ কাল ৰূপ । বিশ্বনাথৰ মথাউৰিটোৰ দুবছৰেও সম্পূৰ্ণ নহ'ল জি'অ মেটৰ কাম । মথাউৰিটোৰ সুৰক্ষাৰ বাবে মথাউৰিৰৰ দাঁতিত পৰা জিঅ'মেটৰ কাম আৰম্ভ হ'ল ঠিকেই কিন্তু আজিও সম্পূৰ্ণ নহ'ল মথাউৰি নিৰ্মাণৰ কাম ।ঠায়ে ঠায়ে এতিয়াও পৰা নহ'ল জিঅ'মেট ৷ দুবছৰ ধৰি ঠিকাদাৰে সম্পূৰ্ণ নকৰিলে জিঅ'মেটৰ কাম ৷ ফলত বাৰিষাৰ বানে যিকোনো মূহুৰ্ততে খহাই নিব পাৰে এই মথাউৰিটো ৷ ইয়াৰ উপৰিও মথাউৰিটোৰ কাষত নৈৰ পাৰত বাস কৰা লোক সকলৰ জীৱনৰ প্ৰতিও এতিয়া আহিছে চৰম ভাবুকি ৷ নৈৰ কাল ৰূপে এতিয়া মথাউৰিটোৰ পৰা খহাই নিছে চপৰা চপৰে মাটি ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে কেইবাটাও মছজিদৰ লগতে কেইবাখনো বিদ্যালয় ৷

কিমান সুৰক্ষিত বিশ্বনাথবাসী !

উল্লেখ্য যে, ২০১২ চনত এই বিশ্বনাথ ঘাটৰ পানপুৰ মথাউৰিৰ বহু অংশ ব্ৰহ্মপুত্ৰই খহাই নিয়াত বিশ্বনাথ ,চতিয়া ,আৰু জামুগুৰিহাটৰ প্ৰায় ২ সহস্ৰাধিক গাওঁ পানীৰ তলত বুৰ গৈছিল যাৰ বাবে হাজাৰ হাজাৰ পশু ধন তথা মানৱ সম্পদৰ যথেষ্ট ক্ষতি সাধন হৈছিল । ৰাজ্য চৰকাৰ আৰু জলসম্পদ বিভাগৰ হেমাহিৰ বাবেই আজিও সুৰক্ষিত নহয় মথাউৰিটো ৷ যাৰ বাবে এতিয়া জলসম্পদ বিভাগে দায়সৰা মন্তব্য দিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ তথা দল সংগঠনসমূহে ।

বিশ্বনাথবাসী কিমান সুৰক্ষিত  পানপুৰ মথাউৰিকলৈ ই টিভি ভাৰত অসমৰ  এক বিশেষ প্ৰতিবেদন ।
সমাগত বাৰিষাৰ  ।
দুবছৰেও  সম্পূৰ্ণ নহ'ল জি'অ মেটৰ কাম    
 মথাউৰিৰ কাষত খহনীয়াৰ কাল ৰূপ 

আজিও সুৰক্ষিত নহয় বিশ্বনাথবাসী ।
বিগত ২০১২ চনৰ বানপানী য়ে   পানপুৰ মথাউৰি  ভাঙি হাজাৰ হাজাৰ লোক পানীত হাহ নচৰা অৱস্থাত হৈছিল ।
সমাগত বাৰিষা 
 মথাউৰিটোৰ সুৰক্ষাৰ বাবে মথাউৰিৰৰ দাতিত পৰা জিঅ মেটৰ কাম  আৰম্ভ হ'ল থিকেই কিন্তু  আজিও সম্পূৰ্ণ নহ'ল মাথাউৰি ।
 ঠায়ে ঠায়ে এতিয়াও পৰা নহল জিঅ মেটৰ ৷ দুবছৰে ঠিকাদাৰে সম্পূৰ্ণ নকৰিলে জিঅ মেটৰ কাম ৷ ফলত বাৰিষাৰ বানে যিকোনো মূহুৰ্ততে খহাই নিব পাৰে মথাউৰিটো ৷ ইয়াৰ উপৰিও মথাউৰিটোৰ কাষত নৈৰ পাৰত বাস কৰা লোক সকলৰ জীৱনৰ প্ৰতিও এতিয়া আহিছে চৰম ভাবুকি ৷ নৈৰ কাল ৰূপে খহাই নিছে চপৰা চপৰে মাটি ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে কেইবাটাও মচজিদৰ লগতে কেইবাখনো বিদ্যালয় ৷ উল্লেখ্য যে 2012 চনত এই বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ বহু অংশ ব্ৰহ্মপুত্ৰই খহাই নিয়াত বিশ্বনাথ ,চতিয়া ,আৰু জামুগুৰিহাটৰ প্ৰায় ২ সহস্ৰাধিক গাওঁ পানীৰ তলত বুৰ গৈছিল যাৰ বাবে হাজাৰ হাজাৰ পশু ধন তথা মানৱ সম্পদৰ যথেষ্ট ক্ষতি সাধন হৈছিল । 
ইফালে কোটি টকাৰ জিঅমেট বিশ্বনাথৰ কাৰ্যালয়ত পছা দিশত ।
ৰাজ্য চৰকাৰ আৰু জলসম্পদ বিভাগৰ   হেমাহিৰ বাবেই আজিও সুৰক্ষিত নহয় মথাউৰিটো ৷ যাৰ বাবে এতিয়া দায় সৰা মন্তব্যৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ তথা দল সংগঠনে |

Video send by FTP 

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.