ETV Bharat / state

বিহালীত বিজেপি যুৱ মৰ্চাৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা - BJP Yuva Morcha

বিশ্বনাথৰ বিহালী সমষ্টিটো বিজেপিক আগুৱাই নিয়াৰ বাবে উঠি পৰি লাগিছে ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা সমিতি যুৱ মৰ্চাৰ সম্পাদক দ্বীপজ্যোতি দত্ত ৷ দলটোক আগুৱাই নিয়াৰ উদ্দেশ্যে শুকুৰবাৰে দিন জোৰা কাৰ্যসূচীৰে বিহালী সমষ্টি অন্তৰ্গত বটিয়ামাৰী গাওঁ পঞ্চায়তৰ ভানু ৰংগ মঞ্চত বিহালী মণ্ডলৰ যুৱ মৰ্চাৰ প্ৰথম খন কাৰ্যনিৰ্বাহ সভা সম্পন্ন কৰা হয় ।

as_biswanath_801_bjp-yuva-morcha-workers-meet_img_as10018
বিহালীত বিজেপি যুৱ মৰ্চাৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা
author img

By

Published : Nov 27, 2020, 9:37 PM IST

বিশ্বনাথ, 27 নৱেম্বৰঃ 2021 বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্যে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত বিভিন্ন ৰাজনৈতিক দলসমূহ ৷ নিজ নিজ দলক নিৰ্বাচনী যুঁজত আগুৱাই নিয়াৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই সমষ্টিয়ে সমষ্টিয়ে চলাই গৈছে সভা ৷ সমান্তৰালকৈ বিশ্বনাথৰ বিহালী সমষ্টিটো বিজেপিক আগুৱাই নিয়াৰ বাবে উঠি পৰি লাগিছে ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা সমিতি যুৱ মৰ্চাৰ সম্পাদক দ্বীপজ্যোতি দত্ত ৷ দলটোক আগুৱাই নিয়াৰ উদ্দেশ্যে শুকুৰবাৰে দিন জোৰা কাৰ্যসূচীৰে বিহালী সমষ্টি অন্তৰ্গত বটিয়ামাৰী গাওঁ পঞ্চায়তৰ ভানু ৰংগ মঞ্চত বিহালী মণ্ডলৰ যুৱ মৰ্চাৰ প্ৰথম খন কাৰ্যনিৰ্বাহ সভা সম্পন্ন হয় ।

as_biswanath_801_bjp-yuva-morcha-workers-meet_img_as10018
বিহালীত বিজেপি যুৱ মৰ্চাৰ প্ৰথম খন কাৰ্যনিৰ্বাহক সভা

বিহালী বিজেপি মণ্ডলৰ সভাপতি লাচিন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে বিহালী জিলা পৰিষদ সদস্যা দীপিকা ঢাকাল শৰ্মা, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস,গাংমৌ থানৰ গাওঁ পঞ্চায়ত সভাপতি মুনিন্দ্ৰ দাস, যুৱ মৰ্চা বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক মুন বৰুৱা , উপ সভাপতি ৰাজু শৰ্মা,সম্পাদক দ্বীপজ্যোতি দত্ত,মণ্ডল প্ৰভাৰী অংকুৰ ভূঞা, জিলা উপ সভাপতি ক্ষীৰোদ দাস, মণ্ডলৰ সম্পাদক অৰিন্দম গোস্বামী,বিহালী মণ্ডল যুৱ মৰ্চা সভাপতি পংকজ বৰা,সম্পাদক প্ৰবীণ নেপাল,জ্যেষ্ঠ কৰ্মী ৰামকৃষ্ণ উপাধ্যায় । আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ শক্তি কি দৰে কাম কাজ কৰি দলটোক অধিক শক্তিশালী কৰিব পাৰি তাৰ ওপৰত মন্তব্য আগবঢ়ায় দ্বীপজ্যোতি দত্তই ।

লগতে পঢ়ক-তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনঃ শনিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.