বিশ্বনাথ,15 জুলাইঃ বিশ্বনাথ বিহালী ৰাংছালী চাপৰিত উদ্ধাৰ হয় এটি কণমানি হাতী পোৱালি ৷ ব্ৰহ্মপুত্ৰ নদীত উটি অহা অৱস্থাত উদ্ধাৰ হয় পোৱালিটো ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উটি আহি ৰাংছালী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আবদ্ধ হৈ আছিল হাতী পোৱালিটো ৷ কেইবাঘন্টা ধৰি আৱদ্ধ হৈ থকা পোৱালিটো বিহালী বন বিভাগ তৎপৰতাত উদ্ধাৰ হয় ৷ দুটা ঘৰচীয়া হাতীৰ সহায়ত উদ্ধাৰ হোৱা হাতী পোৱালিটো বিহালী বনাঞ্চলত এৰি দিয়া বুলি জনাই বন বিষয়াই ।
বিহালীত উদ্ধাৰ হাতী পোৱালি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উটি আহি ৰাংছালী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আবদ্ধ হৈ আছিল হাতী পোৱালিটো ৷ কেইবাঘন্টা ধৰি আৱদ্ধ হৈ থকা পোৱালিটো বিহালী বন বিভাগৰ তৎপৰতাত উদ্ধাৰ হয়
বিহালীত উদ্ধাৰ হাতী পোৱালি
বিশ্বনাথ,15 জুলাইঃ বিশ্বনাথ বিহালী ৰাংছালী চাপৰিত উদ্ধাৰ হয় এটি কণমানি হাতী পোৱালি ৷ ব্ৰহ্মপুত্ৰ নদীত উটি অহা অৱস্থাত উদ্ধাৰ হয় পোৱালিটো ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উটি আহি ৰাংছালী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আবদ্ধ হৈ আছিল হাতী পোৱালিটো ৷ কেইবাঘন্টা ধৰি আৱদ্ধ হৈ থকা পোৱালিটো বিহালী বন বিভাগ তৎপৰতাত উদ্ধাৰ হয় ৷ দুটা ঘৰচীয়া হাতীৰ সহায়ত উদ্ধাৰ হোৱা হাতী পোৱালিটো বিহালী বনাঞ্চলত এৰি দিয়া বুলি জনাই বন বিষয়াই ।
Intro:as_biswantah_803_15_july_elephant_vis_ph_scrpt_as10018
Body:as_biswantah_803_15_july_elephant_vis_ph_scrpt_as10018Conclusion:ব্ৰহ্মপুত্ৰ নদীত উটি অবা কণমানি হাতী পোৱালি উদ্ধাৰ ।
বন বিভাগে উদ্ধাৰ এৰি দিলে বিহালী বনাঞ্চলত
সোমবাৰে এটা কণমানি হাতী পোৱালি উদ্ধাৰ হয় বিহালী ৰাংছালী চাপৰিত ।ইফালে হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ অহৰহ চেষ্টা চলাই আছিল বৰগাং বনাঞ্চলিক বিষয়া চিকেণ্ড আলিয়ছ
অৱশেষত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আৱদ্ধ হাতী পোৱালিক উদ্ধাৰ কৰা হয় ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উটি আহি ৰাংছালী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আবদ্ধ হৈ আছিল এটি হাতী পোৱালি ।
কেইবাঘন্টাৰ পিছত আবদ্ধ হৈ থকা এই হাতী পোৱালিটোক উদ্ধাৰ কৰিবলৈ বিহালী বন বিভাগ তৎপৰ হৈ পৰে ।
ইফালে আন দুটা ঘৰচীয়া হাতীৰ সহায় হাতী পোৱালি টো উদ্ধাৰ কৰি বিহালী বনাঞ্চলত এৰি দিয়ে ।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম