ETV Bharat / state

জামুগুৰিহাটত আজমলৰ পুত্তলিকা দাহ

আজমলৰ ৰাজহুৱা সভাৰ বেনাৰত আৰৱী ভাষা ব্যৱহাৰক লৈ সৰৱ অখিল ভাৰতীয় বিদ্যা পৰিষদ ৷ দেওবাৰে সন্ধিয়া জামুগুৰিহাটত সংগঠনটোৱে বিভিন্ন আজমল বিৰোধী শ্ল’গান দিয়াৰ লগতে আজমলৰ পুত্তলিকা দাহ কৰে ৷

author img

By

Published : Oct 11, 2020, 10:49 PM IST

ABVP protest in Jamugurihat
জামুগুৰিহাটত আজমলৰ পুত্তলিকা দাহ এবিভিপিৰ

চতিয়া,11 অক্টোবৰ: বদৰুদ্দিন আজমলৰ ৰাজহুৱা সভাৰ বেনাৰত অসমীয়া ভাষাৰ পৰিবৰ্তে আৰৱী ভাষা ব্যৱহাৰ কৰাৰ বিৰুদ্ধে দেওবাৰে সন্ধিয়া জামুগুৰিহাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জামুগুৰিহাট শাখাৰ সদস্যসকলে ৷

জামুগুৰি পৰিদৰ্শন বাংলাৰ চৌহদত একত্ৰিত হৈ জামুগুৰিহাট ব্যৱসায়িক কেন্দ্ৰস্থলৰ মাজেৰে বদৰুদ্দিন আজমল হুছিয়াৰ,আজমল মুৰ্দাবাদ,অসমত আৰবী ভাষা নচলিব আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আজমলৰ পুত্তলিকা দাহ কৰে সংগঠনটোৰ সদস্যসকলে ৷

লগতে পঢ়ক: ৰাইজৰ দলৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য সত্যৰঞ্জন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.