ETV Bharat / state

ব্ৰহ্মপুত্ৰত উদ্ধাৰ মৃতদেহ - assam news

৩ খন ৰাবাৰ ব'টসহ মুঠ ২০ জন জোৱানে অভিযান চলোৱাৰ সমান্তৰালভাৱে স্থানীয় মাছমৰীয়াইও জালেৰে অভিযান কাৰ্যসূচীত সহায় কৰে ৷ অৱশেষত, ঘটনাস্থলীৰ পৰা 700 মিটাৰ দূৰত্বত উদ্ধাৰ হয় সন্ধানহীন যুৱক দুজনৰ মৃতদেহ

ব্ৰহ্মপুত্ৰত উদ্ধাৰ মৃতদেহ
author img

By

Published : Apr 20, 2019, 9:30 PM IST

বিশ্বনাথ, 20 এপ্ৰিলঃ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ২ যুৱকৰ মৃতদেহ উদ্ধাৰ৷ বিশ্বনাথৰ বিহালীৰ বাঁহবাৰীত শুকুৰবাৰে ব্ৰহ্মপুত্ৰত গা-ধুবলৈ গৈ সন্ধানহীন হৈছিল অভিজিৎ শইকীয়া আৰু গুৱাহাটীৰ পাঞ্জাবাৰীৰ গৌতম বৰা । সন্ধানহীন যুৱক দুজনৰ সন্ধানত শনিবাৰে পুৱ ৭ বজাৰ পৰা এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে চলাইছিল অভিযান ৷ ৩ খন ৰাবাৰ ব'টসহ মুঠ ২০ জন জোৱানে অভিযান চলোৱাৰ সমান্তৰালভাৱে স্থানীয় মাছমৰীয়াইও জালেৰে অভিযান কাৰ্যসূচীত সহায় কৰে ৷ অৱশেষত, ঘটনাস্থলীৰ পৰা 700 মিটাৰ দূৰত্বত উদ্ধাৰ হয় সন্ধানহীন যুৱক দুজনৰ মৃতদেহ ।

ব্ৰহ্মপুত্ৰত উদ্ধাৰ মৃতদেহ

আনহাতে, দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বিহালীলৈ ৷ মৃত অভিজিত মাথোঁ 1 মাহ পূৰ্বেই আৱদ্ধ হৈছিল বিবাহ পাশত ৷

SLUG :-A_BISWANATH_ BEHALI_ BRAHMAPUTRA UPDATE_20A_801-808_VIS_SCRPT_SRIMANTA

ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ২ যুৱকক উদ্ধাৰ

V.O :- যোৱা কালি ব্ৰক্ষ্মপুত্ৰত গা-ধুবলৈ গৈ সন্ধানহীন হোৱা বিহালীৰ বাঁহবাৰীৰ অভিজিৎ শইকীয়া আৰু গুৱাহাটীৰ পাঞ্জাবাৰীৰ গৌতম বৰাৰ মৃতদেহ উদ্ধাৰ । পুৱা ৭ বজাৰে পৰা S.D.R.F আৰু N.D.R.F ৰ ৩ খন ৰাবাৰ ব'টসহ মুঠ ২০ জন জোৱানে অভিযান চলোৱাৰ সমান্তৰালভাৱে স্থানীয় মাছমৰীয়াই জালৰ সহায়েৰে অভিযান চলাইছিল । অৱশেষত, ঘটনাস্থলীৰ পৰা ৭০০ মিটাৰ দূৰত্বত ওচৰা, ওচৰিকৈ উদ্ধাৰ হয় দুয়োৰে মৃতদেহ । দুয়োৰে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰা হৈছে । 

_ইফালে, মৃত অভিজিত মাথোঁ  ১ মাহ পূৰ্বেই বিবাহ পাশত আবদ্ধ হৈছিল ।_

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস 
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.