ETV Bharat / state

মথনগুৰীত ইউ পি পি এলৰ মহিলা সমাৰোহ

দেওবাৰে বাক্সা জিলাৰ মথনগুৰিত অনুষ্ঠিত কৰা হয় ইউ পি পি এলৰ মহিলা সমাৰোহ ৷ এই সমাৰোহত সমষ্টিটোৰ প্ৰাৰ্থী ছাহজাহান আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ইউ পি পি এলৰ কেন্দ্ৰীয় সভানেত্ৰী বীণা গয়াৰীয়ে ৷

author img

By

Published : Nov 29, 2020, 8:40 PM IST

as_bar_mathanguri_uppl_meeting_vis_AS10030
মথনগুৰীত ইউ পি পি এলৰ মহিলা সমাৰোহ

বৰপেটাৰোড,29 নৱেম্বৰঃ দেওবাৰে বাক্সা জিলাৰ মথনগুৰিত অনুষ্ঠিত কৰা হয় ইউ পি পি এলৰ মহিলা সমাৰোহ ৷ এই সমাৰোহত সমষ্টিটোৰ প্ৰাৰ্থী ছাহজাহান আলী আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ইউ পি পি এলৰ কেন্দ্ৰীয় সভানেত্ৰী বীণা গয়াৰীয়ে ৷ এই প্ৰচাৰ সভাতেই বিপিএফ নেত্ৰী অঞ্জলী দৈমাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে ইউ পি পি এলৰ কেন্দ্ৰীয় সভানেত্ৰী বীণা গয়াৰীয়ে ৷

মথনগুৰীত ইউ পি পি এলৰ মহিলা সমাৰোহ

অঞ্জলি দৈমাৰীৰ বিপিএফ দলে কেৱল বড়োৰ ৰাজনীতি কৰে ৷ কিয়নো বৰ্তমান নিৰ্বাচনী প্ৰচাৰলৈ গৈ বড়ো ভাষাৰে বড়ো সকলৰ মাজত বড়োৰ স্বাৰ্থত কথা কৈ আছে ৷ কিন্তু ইউ পি পি এলে সকলো জাতি জনজাতিৰ বাবে মাত মাতি আছে ৷ ইউ পি পি এলে সকলো জাতি জনগোষ্ঠীকে একেলগ হৈ আগুৱাই যোৱাৰ কথা ভাবে বুলি মন্তব্য কৰে বীণা গয়াৰীয়ে ৷ ইয়াৰ উপৰিও পৃথ্বিৰাজ বড়োকো তীব্ৰ ভাষাৰে সমালোচনা কৰে ইউ পি পি এলৰ কেন্দ্ৰীয় সভানেত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক-মৈত্ৰী যোজনাৰ অধীনত কৰিমগঞ্জত আৰক্ষী ভৱনৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.