ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Aug 27, 2022, 2:59 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

জনীয়াত একেদিনাই ৩ টাকৈ প্ৰকল্পৰ শুভ উদ্বোধন

জনীয়াৰ বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে একেদিনাই সমষ্টিটোত কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰে (3 new project inauguration in Jania)। বৰপেটা অসামৰিক চিকিৎসালয়ৰ এটা পথৰ লগতে আন দুটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কামৰ শুভ উদ্বোধন কৰে ।

নাৰায়ণপুৰত চাঞ্চল্যকৰ ডকাইতি কাণ্ড

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কাচিকতা দেউৰী গাঁৱত নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড(Robbery took place in Narayanpur) । সত্য হাজৰিকা নামৰ এজন ৰাইচ মিলৰ ব্যৱসায়ীক নিশা ৯ মান বজাত বিহপুৰীয়াৰ পৰা বাইকেৰে শ্ৰীভূঞাৰ নিজ গৃহলৈ আহি থকাৰ পথত সংঘটিত হয় এই ডকাইতি কাণ্ড ।

তিনিটি বিশেষভাৱে সক্ষম শিশুৰ সৈতে চামগুৰিৰ নিঠৰুৱা এটা পৰিয়াল

নগাঁও জিলাৰ চামগুৰিৰ এটা দুৰ্ভগীয় আৰু চৰকাৰী সুবিধাৰ পৰা বঞ্চিত এটা পৰিয়াল । তিনিটাকৈ বিশেষভাৱে সক্ষম শিশু থকাৰ পাছতো চৰকাৰৰ আঁচনিৰ পৰ্যাপ্ত সুবিধা পোৱা নাই পৰিয়ালটোৱে (Nagaon poor family)। পৰিয়ালটোক সহায়ৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান বিভিন্নজনৰ ।

হত্যাকাণ্ডক লৈ উত্তাল নগাঁও সদৰ আৰক্ষী থানা

নগাঁও সদৰ থানাত উত্তপ্ত পৰিস্থিতি (Nagaon police station agitated over murder)। নিশা নগাঁও আৰক্ষীয়ে আটক কৰিছিল হত্যাকাণ্ডত অভিযুক্ত তিনি ব্যক্তিক। আৰিয়ান লস্কৰ নামৰ এজন যুৱকক তিনি বন্ধুৱে হত্যা কৰাৰ অভিযোগ।

গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী গৃহৰক্ষী জোৱান

গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী গৃহৰক্ষী জোৱান (Rhinoceros attack Home guard)৷ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত টুনিকাটি বন শিবিৰত কৰ্মৰত জোৱানজনৰ নাম সুচেন্দ্ৰ বৰা ৷ পুৱা কৰ্তব্য সমাপন কৰি বন শিবিৰলৈ উভতি অহাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷

এটি কণমানি হাতী পোৱালীৰ মৃতদেহ উদ্ধাৰক লৈ কলিয়াবৰত চাঞ্চল্য

কলিয়াবৰৰ ৰাঙলু আমডাঙাত উদ্ধাৰ এটি কণমানি হাতী পোৱালীৰ মৃতদেহ (Body recoverd new born elephant) ৷ তিনি-চাৰিদিন পূৰ্বে হাতী পোৱালীটোৰ জন্ম হোৱাৰ ধাৰণা কৰিছে স্থানীয়লোকে ৷ পোৱা স্থানীয়লোকে প্ৰত্যক্ষ কৰি খৱৰ দিয়ে আৰক্ষীক বন বিভাগক ৷

দিল্লীত যুটীয়া নদী আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক

ভাৰত আৰু বাংলাদেশৰ কেবিনেট পৰ্যায়ৰ যুটীয়া নদী আয়োগৰ বৈঠকত দুয়োখন দেশৰ মাজত বুজাবুজি চুক্তি চূড়ান্ত । ভাৰত আৰু বাংলাদেশে কুশিয়াৰা নদীৰ অন্তৱৰ্তীকালীন জল বিনিময় সন্দৰ্ভত এক বুজাবুজি চুক্তি চূড়ান্ত (MoU on Interim Water Sharing of Kushiyara river)। ত্ৰিপুৰাত ফেনি নদীৰ পানী যোগান প্ৰকল্প স্থাপনৰ সিদ্ধান্তক আদৰণি বৈঠকত ।

ত্ৰিপুৰাত উপস্থিত বিজেপিৰ দুই কেন্দ্ৰীয় মন্ত্ৰী

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইজনৰ পাছত সিজন কেন্দ্ৰীয় নেতাৰ আগমন হৈছে ত্ৰিপুৰালৈ । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং শুকুৰবাৰে উপস্থিত হয় ৰাজ্যখনত (Union minister Giriraj Singh at Tripura)। তেওঁৰ সৈতে কেন্দ্ৰীয় সংখ্যালঘু কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী জন বৰ্লাও উপস্থিত হয় ।

Alia Bhatt Hollywood debut আলিয়াই ক’লে কেনেকৈ লাভ কৰিছিল হলীউডৰ প্ৰথমটো প্ৰজেক্ট

হাৰ্ট অৱ ষ্টোন কেনেকৈ আহিছিল আলিয়া ভাটৰ হাতলৈ সেই সম্পৰ্কে মুখ খুলিছে অভিনেত্ৰী গৰাকীয়ে ৷ চিত্ৰনাট্য পঢ়িয়েই প্ৰথমে প্ৰেমত পৰিছিল আলিয়া (Alia Bhatt on Hollywood debut) ৷ লগে লগেই সঁহাৰি জনালে হলীউডৰ এই প্ৰস্তাৱটোৰ প্ৰতি (Alia Bhatt opens up on bagging Hollywood debut) । নেটফ্লিক্সত মুক্তি পাব হাৰ্ট অৱ ষ্টোন । অৱশ্যে মুক্তিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই ।

এটা চোৰক কেন্দ্ৰ কৰি গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত হুৱা দুৱা

এটা চোৰক কেন্দ্ৰ কৰি নিশা গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত পলকতে লাগিল হুৱাদুৱা । কিছুদিন পূৰ্বে আৰক্ষীৰ চকুত ধূলি দি জেলৰ পৰাই পলায়ন কৰিছিল চোৰটোৱে ৷ পুনৰ এইবাৰ চুৰি সামগ্ৰী লৈ উধাও হ’ব খোজোতেই ৰোষত পৰিল ৰাইজৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.