ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি - ২ বছৰ ধৰি আৰ্তজনক সহায় কৰি অহা চনু চুড প্ৰকৃততে কিমান ধনী

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Jul 30, 2022, 2:56 PM IST

AASU President Comments on Medium Controversy: তৃতীয় শ্ৰেণীৰ পৰা গণিত-বিজ্ঞান ইংৰাজী মাধ্যমত পঢ়ুওৱাৰ বিৰোধিতা আছুৰ

ৰাজ্য চৰকাৰৰ কেবিনেটে বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত পঢুওৱাৰ বাবে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ (AASU strongly opposes English medium from class III) । ইয়াৰ দ্বাৰা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস হ'ব । যিটো নতুন শিক্ষা নীতি ২০২০ৰ সম্পূর্ণ বিৰোধী । দিল্লীৰ শ্ৰুতলিপি মতে মাতৃভাষাৰ ওপৰত এনে ব্যৱহাৰ কৰাটো অনুচিত । এই মন্তব্য আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ।

Assam Youth Olympic 2022: মল্লযুদ্ধত 10 টাকৈ পদক আজুৰিলে বোকখাত মল্লযুদ্ধ সন্থাই

সদ্য সমাপ্ত অসম যুৱ অলিম্পিক প্ৰতিযোগিতাত (Assam Youth Olympic 2022) মল্লযুদ্ধত 10 টাকৈ পদক লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে বোকাখাত মহকুমা মল্লযুদ্ধ সন্থাৰ খেলুৱৈয়ে (Bokakhat Sub Division Wrestling Association won 10 medals)৷

AJP on Medium Controversy: ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীক গিনিপিগ সজোৱাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ: লুৰীণজ্যোতি গগৈ

তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিজ্ঞান আৰু গনিতৰ শিক্ষা ইংৰাজী মাধ্যমত কৰাৰ বিৰোধীতা অজাপৰ (AJP on Medium Controversy) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ মইমতালীৰে ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীক গিনিপিক সজোৱাই নহয় মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানাসমূহ নিঃশেষ কৰাৰ গভীৰ ষড়যন্তত লিপ্ত হৈছে । এই অভিযোগ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ।

Freedom fighter death in Sivasagar: মুক্তি যুঁজাৰু ডিম্ব প্ৰসাদ বৰুৱাৰ মৃত্যু

শিৱসাগৰ জিলাৰ বৰ্ষীয়ান মুক্তি যুঁজাৰু ডিম্ব প্ৰসাদ বৰুৱাৰ যোৱা নিশা ১০৮ বছৰ বয়সত জয়সাগৰস্থিত বাসভৱনত মৃত্যু হয়(Freedom fighter Dimb Prasad Baruah death in Sibasagar)। শনিবাৰে ৰাজ্যিক মৰ্যদাৰে মুক্তি যুঁজাৰুগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয় ।

CWG Day 2 : ভাৰোত্তোলন, এথলেটিকছ, জিমনাষ্টিকছত ভাৰতৰ স্বৰ্ণ জয়ৰ লক্ষ্য

বেডমিণ্টন আৰু টেবুল টেনিছ দলে নকআউটত পৰ্যায়লৈ অগ্ৰগতি লাভৰ আশা কৰিছে আৰু মহিলা হকী দলে তেওঁলোকৰ গ্ৰুপ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিব (Commonwealth Games 2022 day 2) ।

Buyout fight between Musk and Twitter: এলন মাস্কে টুইটাৰ ক্ৰয় কৰিব নে নকৰে...অপেক্ষা অক্টোবৰলৈ

টেছলাৰ মুৰব্বী এলন মাস্ক আৰু টুইটাৰৰ মাজত সংঘাত অব্যাহত আছে (Conflict between Musk and Twitter)। টুইটাৰৰ সৈতে চুক্তি ভংগ কৰাৰ কথা ঘোষণা কৰিলেও এতিয়াও নিশ্চিত হোৱা নাই এলন মাস্ক এই চুক্তিৰ পৰা আঁতৰি থাকিব পাৰিব নে নোৱাৰে । এই সন্দৰ্ভত অক্টোবৰত হ'ব বিচাৰ প্ৰক্ৰিয়া ।

All India DLSA meet 2022 : প্ৰথম সৰ্বভাৰতীয় জিলা আইনী সেৱা কৰ্তৃপক্ষৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডী

প্ৰথম সৰ্বভাৰতীয় জিলা আইনী সেৱা কৰ্তৃপক্ষৰ বৈঠকত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ (PM Modi at All India DLSA meet)। মোডীৰ মতে সহজে ব্যৱসায় কৰা আৰু জীৱন ধাৰণৰ সৰলতাৰ দৰেই ন্যায়ৰ সৰলতাও গুৰুত্বপূৰ্ণ । ই-আদালত অভিযানৰ অধীনত দেশত ভাৰ্চুৱেল আদালত আৰম্ভ কৰা হৈছে ।

Swimming in CWG: পুৰুষৰ ১০০ মিটাৰ সাঁতোৰৰ ফাইনেলত প্ৰৱেশ শ্ৰীহৰি নটৰাজ

চলি থকা কমনৱেলথ গেমছৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় সাঁতোৰবিদ শ্ৰীহৰি নটৰাজ ৷ দেওবাৰে অনুষ্ঠিত হ’বলগীয়া পদক ইভেণ্টত পুৰুষৰ ১০০ মিটাৰ সাঁতোৰত নিজৰ স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে ২১ বছৰীয়া শ্ৰীহৰি নটৰাজে ।

Checkered co-ord setত অনন্যা পাণ্ডেক ফেশ্বনেবল লুকট দেখা গৈছে

ছ’চিয়েল মিডিয়াত তেওঁৰ শেহতীয়া পোষ্টটোত অনন্যাক ৰঙা আৰু বগা Checkered co-ord set পিন্ধা দেখা গৈছিল ।

Sonu Sood birthday:২ বছৰ ধৰি আৰ্তজনক সহায় কৰি অহা চনু চুড প্ৰকৃততে কিমান ধনী ?

Happy Birthday Sonu Sood: অভিনেতা চনু চুডে ৩০ জুলাইত ৪৯ সংখ্যক জন্মদিন উদযাপন কৰিছে । লকডাউনৰ মাজতে মুকলি আকাশৰ তললৈ ওলাই আহি আৰ্তজনক সহায় কৰা অভিনেতাজনে সেই সেৱা আজিও অব্যাহত ৰাখিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.