ETV Bharat / state

কলগাছিয়াত ৰাজ্যিক ভিত্তিত হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা - কলগাছিয়া

শনিবাৰে কলগাছিয়াত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ ৰাজ্যৰ ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, কামৰূপ আদি বিভিন্ন জিলাৰ পৰা শতাধিক দৌৰ প্ৰতিযোগীয়ে ভাগ লয় এই প্ৰতিযোগিতাত ৷

state half marathan race competition
কলগাছিয়াত হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা
author img

By

Published : Jan 10, 2021, 1:46 PM IST

জনিয়া,10 জানুৱাৰী : বৰপেটাৰ কলগাছিয়া স্পৰ্টছ ক্লাৱৰ উদ্যোগত শনিবাৰে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ কলগাছিয়া চাৰিআলি চ’কৰ পৰা ৰূপসী হাইস্কুললৈ 15 কিলোমিটাৰ দূৰত্বত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ৷

state half marathan race competition
কলগাছিয়াত ৰাজ্যিক ভিত্তিত হাফ মাৰাথন দৌৰ প্ৰতিযোগিতা

পুৱা 6 বজাৰ পৰা অনুষ্ঠিত হোৱা মাৰাথান দৌৰ প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অসম উচ্চ শিক্ষাৰ সঞ্চালক দিলোৱাৰ হুছাইনে । ৰাজ্যৰ ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, কামৰূপ আদি বিভিন্ন জিলাৰ পৰা শতাধিক দৌৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

দৌৰ প্ৰতিযোগিতাত লখিমপুৰৰ অনন্ত কোচে প্ৰথম স্থান, বকোৰ হাবিবুল হকে দ্বিতীয় স্থান আৰু বৰপেটাৰ ৰবিন দাসে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : বিলাসীপাৰাত প্ৰাক্তন সেনা জোৱানৰ পত্নী-কন্যা নিৰুদ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.