ETV Bharat / state

সৰুপথাৰত ছাত্ৰী নিৰুদ্দেশঃ অপহৰণ কাণ্ডত লিপ্ত থকাৰ সন্দেহত আটক চাৰি যুৱক

সৰুপথাৰৰ নাওজানত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশ হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে চাৰি যুৱকক ৷

author img

By

Published : Oct 11, 2019, 9:24 PM IST

সৰুপথাৰত ছাত্ৰী নিৰুদ্দেশঃ অপহৰণ কাণ্ডত লিপ্ত থকাৰ সন্দেহত আটক চাৰি যুৱক

গোলাঘাট, 11 অক্টোবৰঃ সৰুপথাৰৰ নাওজানৰ এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ছাত্ৰী গৰাকীক অপহৰণ কৰাৰ সন্দেহত সৰুপথাৰ আৰক্ষীয়ে আটক কৰিছে নাওজান কৈৰিগাৱৰ হানিফ ইছলাম, জাহিৰুল আলি, চৈফুদ্দিন ইছলাম আৰু নগাওঁৰ আলিমুদ্দিন নামৰ ৪ জনকৈ যুৱকক ৷ ঘটনা অনুসৰি যুৱককেইজনে যোৱা মংগলবাৰে পুৱা নাওজান গাঁৱৰ ছাত্ৰীগৰাকীক পিতৃক ফোনযোগে ছাত্ৰীগৰাকীক অপহৰণ কৰাৰ ভাবুকি দিয়াৰ লগতে বিভিন্ন অশ্লীল গালি-গালাজও কৰিছিল ৷ উক্ত ঘটনাৰ পিচত বুধবাৰে নাওজান বজাৰলৈ কাপোৰ চিলোৱাৰ উদ্দেশ্যৰে ভায়েকৰ লগত ওলাই গৈছিল যুৱতীগৰাকী ৷ কিন্তু আধা বাটতে যুৱকেইজনে ভীতি-প্ৰদৰ্শন তথা হত্যাৰ ভাবুকি দি ভায়েকক খেদি পঠাই আৰু তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে যুৱতী গৰাকী ৷

ইপিনে আৰক্ষীয়ে চাৰি যুৱকক আটক কৰিছে যদিও সন্ধান ওলিয়াব পৰা নাই যুৱতীগৰাকীৰ ৷ কিন্তু আটকাধীন যুৱক কেইজনৰ পৰস্পৰ বিৰোধী ভাষ্যৰ পৰা তেওঁলোকেই যুৱতীগৰাকীক অপহৰণ কৰি লুকুৱাই ৰখা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

অৱশ্যে আটকাধীন যুৱককেইজনে ফোনৰ যোগেদি ভাবুকি প্ৰদান কৰা কথাটো স্বীকাৰ কৰিছে যদিও ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ আঁৰত সিহঁতৰ কোনো হাত নাই বুলি দাবী কৰিছে ৷ আনহাতে ছাত্ৰীগৰাকীৰ পৰিয়াল তথা স্থানীয় সচেতন ৰাইজে ছাত্ৰীগৰাকীক অতি শীঘ্ৰে উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়াৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাইছে ৷

আৰু পঢ়ক

Intro: সৰুপথাৰৰ নাওজানত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী নিৰুদ্দেশক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ লাভ জেহাদৰ বলি হোৱাৰ সন্দেহ স্হানীয় ৰাইজৰ ৷ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে চাৰি যুৱককBody:সৰুপথাৰৰ নাওজানৰ এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ১৬ বছৰীয়া যুৱতী সন্ধানহীন হৈ আছে বুধবাৰৰ পৰা ৷ যুৱতী গৰাকী সন্ধানহীন হোৱাৰ আঁৰত লাভ জেহাদ বুলি দাবী কৰিছে পৰিয়াল তথা স্হানীয় লোকে ৷ যুৱতী গৰাকীক অপহৰণ কৰাৰ সন্দেহত সৰুপথাৰ আৰক্ষীয়ে আটক কৰিছে নাওজান কৈৰিগাৱৰ হানিফ ইছলাম, জাহিৰুল আলি, চৈফুদ্দিন ইছলাম আৰু নগাওঁৰ আলিমুদ্দিন নামৰ যুৱক ৪ জনক ৷ উল্লেখ্য যে এই যুৱক কেইজনে যোৱা মঙ্গলবাৰে পুৱা নাওজান গাঁৱৰ স্বপন দেৱক ফোন কৰি বিভিন্ন ভয় ভাবুকী প্ৰদান কৰাৰ লগতে তেওঁৰ কন্যা বাসন্তী দেৱ (১৬) নামৰ দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীক অপহৰণ কৰাৰ ভাবুকী দিছিল ৷ এই ঘটনাৰ পিচত বুধবাৰে নাওজান বজাৰলৈ বুলি ভায়েকৰ লগত ওলাই গৈছিল যুৱতী গৰাকী ৷ কিন্তু আধা বাটতে যুৱকেইজনে দাবী ধমকি দি খেদি পথাই ভায়েকক আৰু তাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে যুৱতী গৰাকী ৷

ইপিনে আৰক্ষীয়ে চাৰি যুৱকক আটক কৰিছে যদিও সন্ধান ওলিয়াব পৰা নাই যুৱতীগৰাকীৰ ৷ কিন্তু আটকাধীন যুৱক কেইজনৰ পৰস্পৰ বিৰোধী ভাষ্যৰ পৰা তেওঁলোকেই যুৱতীগৰাকীক অপহৰণ কৰি নি লোকোৱাই ৰখা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে অঞ্চলটোত পূৰ্ৱতেও এনে দৰে হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাই একাংশ মুছলিম যুৱকে পলোৱাই আনি লোকোৱাই ৰখাৰ দৰে কেইবাটাও ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে স্হানীয় ৰাইজে ৷Conclusion:Byte:- পৰিয়ালৰ লোক ৷ পিতৃ, ভাতৃ ৷
Byte:- ধৃত অভিযুক্ত ৷
Byte:- স্হানীয় লোক , আছু সদস্য ৷

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.