ETV Bharat / state

এন আৰ চিৰ আপত্তি দাখিলৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বাবে প্ৰতিবাদ - ভাৰতীয়

এন আৰ চিৰ আপত্তি দাখিলৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি ৷ বৰপেটাত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ বুদ্ধিজীৱি,শিক্ষাবিদ,আই এ এছ বিষয়াকে ধৰি ৰাজ্যৰ বিশিষ্ঠ নাগৰিক সমাজ ৷

এনআৰচিৰ আপত্তি দাখিলৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বাবে প্ৰতিবাদ
author img

By

Published : May 13, 2019, 10:35 PM IST

বৰপেটা,১৩ মে': ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত নাম অন্তৰ্ভুক্ত হোৱা লাখ লাখ ভাৰতীয় লোকৰ বিৰুদ্ধে একাংশ লোকে ভুৱা আপত্তি দাখিল কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে আজি প্ৰতিবাদত চামিল হ'ল ৰাজ্যৰ কেবাগৰাকীও শিক্ষাবিদ,বুদ্ধিজীৱি,প্ৰশাসনীয় সেৱাৰ প্ৰাক্তন বিষয়া ৷ বৰপেটাত আজি ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ'ছাইটিৰ উদ্যোগত বিশিষ্ট নাগৰিক সমাজে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এন আৰ চিৰ নামত হোৱা হাৰাশাস্তি বন্ধৰ দাবী জনায় ৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে একাংশ লোকে দাখিল কৰা ভুৱা আপত্তিসমূহ নিস্পত্তিকৰণৰ ক্ষেত্ৰত এন আৰ চি কতৃপক্ষই অসত্য আৰু মনেসজা অভিযোগসমূহ বাতিলৰো দাবী জনায় ৷

এনআৰচিৰ আপত্তি দাখিলৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বাবে প্ৰতিবাদ

লগতে পঢ়ক: চিলাপথাৰ নহয়,এইবাৰ ঘটনাৰ স্থান বাসুগাঁও !

ভুৱা আপত্তি দাখিলেৰে নাগৰিকপঞ্জী উন্নীতকৰণৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে নস্যাৎ কৰাৰ বাবে একাংশই চেষ্টা চলোৱা বুলিও অভিযোগ তোলে বিশিষ্ট শিক্ষাবিদ ড0 আব্দুল মান্নানে ৷ 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে অহা প্ৰতিজন লোকৰ নাম সন্নিৱিষ্ট কৰি বিদেশীৰ নাম মুক্ত এন আৰ চি এখন প্ৰস্তুতৰ দাবী জনায় ৷ এক দীঘলীয়া প্ৰক্ৰিয়া আৰু বহু পৰীক্ষা নিৰীক্ষাৰ মাজেৰে এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলৰ বিৰুদ্ধে পুনৰ আপত্তি দাখিল কৰা কথাৰ বিৰোধিতা কৰি ভুৱা আপত্তিকাৰীৰ আপত্তিসমূহ বাতিল কৰাৰ দাবী জনায় ৷

Slug:       as_bar_13may_brahmaputra_valley_civil_society_about_nrc_vis+bite+photo_7203841               
এনআৰচিৰ আপত্তি দাখিলৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তিঃ 
বৰপেটাত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহন বুদ্ধিজীৱি, শিক্ষাবিদ, আইএএছ  বিষয়াকে ধৰি ৰাজ্যৰ বিশিষ্ঠ নাগৰিক সমাজ ৷৷

বৰপেটা, ১৩ মে'ঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত নাম অন্তৰ্ভূক্ত হোৱা লাখ লাখ ভাৰতীয় লোকৰ বিৰুদ্ধে একাংশ লোকে ভূৱা আপত্তি দাখিল কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে আজি প্ৰতিবাদত চামিল হ'ল ৰাজ্যৰ কেবাগৰাকীও শিক্ষাবিদ, বুদ্ধিজীৱি, প্ৰসাসনীয় সেৱাৰ প্ৰাক্তন বিষয়া ৷ বৰপেটাত আজি ব্ৰহ্মপুত্ৰ ভেলী চিভিল চ'ছাইটিৰ উদ্যোগত বিশিষ্ট নাগৰিক সমাজে প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহন কৰি এনআৰচিৰ নামত হোৱা হাৰাশাস্তি বন্ধৰ দাবী জনায় ৷ এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ পূৰ্বে একাংশ লোকে দাখিল কৰা ভূৱা আপত্তিসমুহ নিস্পত্তিকৰনৰ ক্ষেত্ৰত এনআৰচি কতৃপক্ষই অসত্য আৰু মনেসজা অভিযোগসমুহ বাতিলৰো দাবী জনায় ৷ ভূৱা আপত্তি দাখিলেৰে নাগৰিকপঞ্জী উন্নীতকৰনৰ সমগ্ৰ প্ৰক্ৰিয়াটোকে নস্যাৎ কৰাৰ বাবে একাংশই চেষ্টা চলোৱা বুলিও অভিযোগ তোলে বিশিষ্ট শিক্ষাবিদ ড0 আব্দুল মান্নানে ৷ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে অহা প্ৰতিজন লোকৰ নাম সন্নিৱিষ্ট কৰি বিদেশীৰ নামমুক্ত এনআৰচি এখন প্ৰস্তুতৰ দাবী জনায় ৷ এক দীঘলীয়া প্ৰক্ৰিয়া আৰু বহু পৰীক্ষা নিৰীক্ষাৰ মাজেৰে এনআৰচিৰ খচৰাত নাম অন্তৰ্ভূক্ত হোৱা লোকসকলৰ বিৰুদ্ধে পুনৰ আপত্তি দাখিল কৰা কথাৰ বিৰোধিতা কৰি ভূৱা আপত্তিকাৰীৰ আপত্তিসমুহ বাতিল কৰাৰ দাবী জনায় ৷

বাইটঃ  আব্দুল মান্নান, প্ৰাঃ অধ্যাপক, গুৱাঃ বিশ্ববি ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.