ৰাজ্যজুৰি অব্যাহত থকা প্ৰলয়ংকাৰী বানৰ তাণ্ডৱে চাৰিওফালে সৃষ্টি কৰিছে হাহাকাৰ । ৰাজ্যৰ আটাইকেইখন জিলাকে চুই যোৱা এই বানে চকুৰ সন্মুখতে সকলোৰে জীৱনলৈ কঢ়িয়াই আনিছে বিভীষিকাৰ । ই টি ভি ভাৰত, অসমৰ এক প্ৰতিবেদন..
ৰাজ্যজুৰি বানাক্ৰান্তৰ হাহাকাৰ,সমাধান কেতিয়া ? - বানাক্ৰান্ত
খবৰ লবলৈ আহৰি নাই প্ৰশাসন কিম্বা জন-প্ৰতিনিধিৰ ৷
ৰাজ্যজুৰি বানাক্ৰান্তৰ হাহাকাৰ,সমাধান কেতিয়া ?
ৰাজ্যজুৰি অব্যাহত থকা প্ৰলয়ংকাৰী বানৰ তাণ্ডৱে চাৰিওফালে সৃষ্টি কৰিছে হাহাকাৰ । ৰাজ্যৰ আটাইকেইখন জিলাকে চুই যোৱা এই বানে চকুৰ সন্মুখতে সকলোৰে জীৱনলৈ কঢ়িয়াই আনিছে বিভীষিকাৰ । ই টি ভি ভাৰত, অসমৰ এক প্ৰতিবেদন..
Intro:Pathsala fish catching in flood
বজালী ৰ দক্ষিণ প্ৰান্তত বানৰ তাণ্ডৱ ll
তাৰ মাজতে জাক জাক জনতাৰ মৎস্য চিকাৰ ৰ আনন্দ ll
Body:
Pathsala fish catching in flood
পাঠশালা,১৭জুলাই: পহুমৰা অাৰু কালদিয়া নদীৰ মাথাউৰি ভাঙি বজালী ৰ উত্তৰ প্ৰান্তত তীব্ৰ বানৰ সৃষ্টি কৰাৰ বিপৰীতে সেই পানী বাগৰি এতিয়া তীব্ৰ বানৰ কবলত পৰিছে দক্ষিণ ৰ ণ ন অঞ্চল l দক্ষিণ বজালী ৰ উপাৰ নৈ ৰ মাথাউৰি ছিগাৰ ফলত বনগাৱ, মালিপাৰা, কাৱৈমাৰি , বাগনা, হেলনা আদি অঞ্চল প্লাৱিত হৈ পৰিছে l বানৰ মাজত ও জাক জাক লোক ওলাই আহিছে জাল লৈ মৎস্য চিকাৰ কৰিবলৈ l সকলো এ পানীৰ আতংকৰ মাজত ও হাতে হাতে কঢ়িয়াই ছে মাছ l ইয়াৰ বিপৰীতে জীব জন্তুৰ হৈছে আলৈ আথানি অবস্থা l ৰাজপথ এ এতিয়া আশ্ৰয় জীব জন্তুৰ l ইপিনে এতিয়া ও বিপদ সীমাৰ ওপৰৰে বাগৰি অাছে কালদিয়া অাৰু পহুমৰা নদীৰ জলপৃষ্ঠ Conclusion:ভিডিঅ'-৩
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি