ETV Bharat / state

প্ৰমীলা ৰাণীক বলিৰ পঠা সজাইছে হাগ্ৰামাইঃ নৱ শৰণীয়া

বুধবাৰে পাঠশালাত কোকৰাঝাৰৰ বৰ্তমানৰ সাংসদ তথা সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ মন্তব্য

author img

By

Published : Apr 10, 2019, 5:48 PM IST

প্ৰমীলা ৰাণীক বলিৰ পঠা হাগ্ৰামাৰ

পাঠশালা, 10 এপ্ৰিলঃ কোকৰাঝাৰৰ বৰ্তমানৰ সাংসদ তথা সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী নৱ শৰণীয়াৰ মন্তব্য ৷ প্ৰমীলা ৰাণী ব্ৰহ্মক বলীৰ পঠা সজাইছে হাগ্ৰামা মহিলাৰীয়ে ৷ নৱ শৰণীয়াৰ বিৰুদ্ধে নিৰ্বাচন খেলি বলীৰ পঠা হোৱাটো দুৰ্ভাগ্যজনক ৷ বুধবাৰে পাঠশালাত এনেদৰে মন্তব্য কৰে সাংসদ নৱ শৰণীয়াই ৷

প্ৰমীলা ৰাণীক বলিৰ পঠা হাগ্ৰামাৰ

ইপিনে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে নৱ শৰণীয়াই আলফাত থাকোতে গীতা ভাগৱত পঢ়া অথবা বাঁহী বজাইছিল নেকি কৰা প্ৰশ্নৰ উত্তৰত সশস্ত্ৰ সংগ্ৰামক প্ৰকৃতাৰ্থত এক ক'লা আখ্যা দিয়াৰ লগতে এই মন্তব্যৰ দ্বাৰা প্ৰমোদ বড়োৱে অসমৰ বিপ্লৱী সত্তাক অপমান কৰা বুলি অভিযোগ নৱ শৰণীয়াৰ ৷ আনহাতে বদৰুদ্দিন আজমলে কেইটামান বড়ো ভোটৰ স্বাৰ্থত ইউ পি পি এলৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মক সমৰ্থন কৰিছে বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

পাঠশালাত নব শৰণীয়া ৰ বিস্ফোৰণ ll

প্ৰমীলা ৰাণী ক হাগ্ৰামাই সজাইছে বলীৰ পঠা l

প্ৰমীলা ৰাণী ব্ৰহ্ম ৰ  নিৰ্বাচনী শেষ কাল ll

বিয়লি বেলাত এনে দুৰ্ভাগ্যজনক ঘটনা ঘটিব বুলি আশা কৰা নাছিলোঁ l

তেওঁৰ বিৰুদ্ধে নিৰ্বাচন খেলি বলীৰ পঠা হোৱাটো দুৰ্ভাগ্যজনক ll

প্ৰমোদ বড়ো এ অসমৰ বিপ্লবী সত্তাক অপমান কৰাৰ অভিযোগ নৱ শৰণীয়া ৰ l

সহস্ত্ৰ সংগ্ৰাম ক প্ৰকৃতাৰ্থত এক কলা আখ্যা নৱ শৰণীয়া ৰ l

উল্লেখযোগ্য যে নৱ শৰণীয়া ই আলফা ত থাকোতে গীতা ভাগৱত পঢ়া অথবা বাহী বজাইছিল নেকি প্ৰশ্ন কৰিছিল প্ৰমোদ বড়ো এ l

বিগত সময়ত কংগ্ৰেছে বিপিএফ ৰ সতে কৰা পাপৰ পৰিনতিত পাপ মোছন ৰ বাবে কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিৱ বুলি আশা কৰিছিল l

কংগ্ৰেছ, বিপিএফ অাৰু ইউপি পি এ ৰ বিৰুদ্ধে মেট্ ছ ফিক্সিঙৰ অভিযোগ ll

বদৰুদ্দিন আজমলে কেইটামান বড়ো ভোট ৰ স্বাৰ্থত ইউ জি ব্ৰহ্ম ক সমৰ্থন কৰিছে l

 কিন্তু শীঘ্ৰেই আজমলে বুজি পাব নিজৰ ভূল l

অ-বড়ো ভোট বিভাজন নহয় বুলি আত্মবিশ্বাসী নৱ শৰণীয়া ll

SLUG: A_GHY_802_10APRIL_NABA_SARANIA_ON_HAGRAMA_VIS+BITE_S_KHAN

FEED : FTP
SCRIPT: MAIL
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.