ETV Bharat / state

নিজ বাসগৃহতে ঈদৰ নামাজ আদায় কৰিলে বিধায়ক ড৹ ৰফিকুল ইছলামে - Mla Dr Rafikul Islam offered Eid prayers at his residence

চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই আৰু ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলামে পৰিয়ালৰ লোকৰ সৈতে সামাজিক দুৰত্ব বজাই ৰাখি নিজ বাসগৃহতে আদায় কৰিলে ঈদৰ নামাজ ৷

Mla Dr Rafikul Islam offered Eid prayers at his residence
নিজ বাসগৃহতে ঈদৰ নামাজ আদায় কৰিলে বিধায়ক ড৹ ৰফিকুল ইছলামে
author img

By

Published : May 14, 2021, 12:18 PM IST

জনীয়া,14 মে': শুকুৰবাৰে ভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে তেওঁলোকৰ পৱিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ ৷ কিন্তু বিগত বছৰটোৰ দৰে এইবেলিও মহামাৰী কৰ'ণাই কালৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে নিজ ঘৰতে থাকি ঈদ পালন কৰাৰ নিৰ্দেশ জাৰি কৰাত অধিকাংশ লোকেই নিৰ্দেশনা মানি ঘৰতেই ঈদ উদযাপন কৰে ৷ চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই আৰু ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জনীয়াৰ বিধায়ক ড৹ ৰফিকুল ইছলামে পৰিয়ালৰ লোকৰ সৈতে সামাজিক দুৰত্ব বজাই ৰাখি নিজ বাসগৃহতে ঈদৰ নামাজ আদায় কৰে ৷

নিজ বাসগৃহতে ঈদৰ নামাজ আদায় কৰিলে বিধায়ক ড৹ ৰফিকুল ইছলামে

চৰকাৰ তথা প্ৰশাসনে বান্ধি দিয়া নীতি-নিয়মসমূহ মানি বিধায়ক গৰাকীয়ে নিজ ঘৰতে ঈদৰ নামাজ পঢ়িবলৈ ৰাজ্যৰ ইছলাম ধৰ্মৰ লোকসকলক আহবান জনায়। চৰকাৰৰ নতুন SOP অনুযায়ী বৃহত্তৰ কলগাছিয়া অঞ্চলৰ ৰাইজেও নিজৰ ঘৰতে ঈদৰ নামাজ পঢ়ে । যাৰ ফলত ঈদৰ দিনটোতো কলগাছিয়া অঞ্চলৰ সকলো ঈদগাহ ময়দান সম্পূৰ্ণ খালি হৈ থকা পৰিলক্ষিত হ'ল ৷

লগতে পঢ়ক: টীয়কত ক’ভিড প্ৰট’কলৰ মানি ঈদৰ নামাজৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.