বৰপেটা 8 জুনঃ অখিল গগৈৰ মুক্তিৰ দাবীত বৰপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী । বৰপেটা জিলাৰ অন্তৰ্গত পালহাজীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
প্ৰতিবাদকাৰী সকলে কা আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলোকে বিনাচৰ্তে মুকলি কৰিবলৈ দাবী জনাই । উল্লেখ্য যে বৃহৎ নদীবান্ধ বন্ধৰ দাবীত সমগ্ৰ অসমতেই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে সংগঠনটোৱে ।