ETV Bharat / state

কৰিমগঞ্জত শিৱৰ মূৰ্তি ভাঙিলে দুস্কৃতিকাৰীয়ে

author img

By

Published : Jul 10, 2020, 5:46 PM IST

Updated : Jul 10, 2020, 6:15 PM IST

karimganja-sivemandir-destroy-theif
কৰিমগঞ্জত শিবৰ মূৰ্তী ভাঙিলে দুস্কৃতিকাৰীয়ে

15:35 July 10

কৰিমগঞ্জ জিলাত নিশা লংগাই জাহানপুৰ অঞ্চলত ২৭ বছৰীয়া পুৰণি কালী মন্দিৰত থকা শিৱৰ মূৰ্তি ভঙাৰ অভিযোগ উত্থাপন হৈছে ৷

কৰিমগঞ্জ,10জুলাইঃ কৰিমগঞ্জ জিলাত নিশা লংগাই জাহানপুৰ এলেকাত ২৭ বছৰীয়া পুৰণি কালী মন্দিৰত থকা শিৱৰ মূৰ্তি ভাঙিলে কোনো দুস্কৃতিকাৰীয়ে ৷ ইয়াক লৈ সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক উত্তেজনাৰ। এতিয়ালৈকে আৰক্ষীয়ে এই ঘটনাৰ জড়িত থকা দুস্কৃতিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে। ইপিনে অঞ্চলটোত শান্তি নষ্ট কৰিবলৈ এনে কাম কৰা হৈছে বুলি মন্তব্য কৰিছে স্থানীয় লোকে ৷ ঘটনাতো সংঘটিত হোৱাৰ পিচতে পথ অৱৰোধ কৰে ৰাষ্ট্ৰীয় বজৰং দলে ৷ অতি শ্ৰীঘ্ৰে দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় তেওঁলোকে ৷
 
লগতে পঢ়কঃচিৰাঙত বান পৰিস্থিতি ভয়ানক

Last Updated : Jul 10, 2020, 6:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.