জনীয়া, 18 অক্টোবৰঃ চিকিৎসা বিজ্ঞানে উন্নয়নৰ চৰম সীমাত উপনীত হোৱাৰ পাছতো অন্ধবিশ্বাসৰ বলি হৈছে হাজাৰ হাজাৰ লোক ৷ এজনী গাই গৰুক লৈ চলিছে চমৰ অপপ্ৰচাৰ ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খেল্লী গাঁৱৰ ফকল আলীৰ ঘৰত পোৱালী জন্ম নিদিয়াকৈ এজনী গাই গৰুৱে গাখীৰ দিয়া বুলি চলিছে অপপ্ৰচাৰ । আৰু তাৰপাছত কি হৈছে জানিবলৈ সম্পূৰ্ণকৈ চাঁওক এই ভিডিঅ'
এজনী গাইৰ দুটোপাল গাখীৰে উপশম কৰিব পাৰে সকলো ৰোগ !!
দৈৱ গুণসম্পন্ন এজনী গাই গৰুৰ দুটোপাল গাখীৰে মুহূৰ্ততে নাইকিয়া কৰি দিব পাৰে বছৰ-বছৰ পুৰণি জটিল ৰোগ ৷ আমাৰ কথা যদি বিশ্বাস কৰা নাই এই বাতৰিটো সম্পূৰ্ণকৈ চাওঁক ৷
কলগাছিয়াত গাইৰ গাখীৰৰে চিকিৎসা
জনীয়া, 18 অক্টোবৰঃ চিকিৎসা বিজ্ঞানে উন্নয়নৰ চৰম সীমাত উপনীত হোৱাৰ পাছতো অন্ধবিশ্বাসৰ বলি হৈছে হাজাৰ হাজাৰ লোক ৷ এজনী গাই গৰুক লৈ চলিছে চমৰ অপপ্ৰচাৰ ৷ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খেল্লী গাঁৱৰ ফকল আলীৰ ঘৰত পোৱালী জন্ম নিদিয়াকৈ এজনী গাই গৰুৱে গাখীৰ দিয়া বুলি চলিছে অপপ্ৰচাৰ । আৰু তাৰপাছত কি হৈছে জানিবলৈ সম্পূৰ্ণকৈ চাঁওক এই ভিডিঅ'
Intro:slug: as_jania_18oct_kalgachia_superstition_cow_vis3+byt6+pho1_spl_exclv_pkg_story_asc10058
Anchor: কলগাছিয়াৰ খেল্লীত পোৱালি জন্ম নিদিয়া অলৌকিক গাই গৰুৰ ৰহস্য ফাদিল। এই গাখীৰ খালে ৰোগ নিৰাময় হোৱাৰ প্ৰচাৰ এক অন্ধবিশ্বাস। আৰম্ভ হৈছে কোটি টকীয়া ব্যৱসায়। চাওক এই সন্দৰ্ভত আমাৰ এক ৰিপোৰ্ট -Body:slug: as_jania_18oct_kalgachia_superstition_cow_vis3+byt6+pho1_spl_exclv_pkg_story_asc10058
V.O: চিকিৎসা বিজ্ঞানৰ চৰম সীমা পোৱাৰ পিছতো ঘোৰ অন্ধবিশ্বাসৰ বলি হৈছে হাজাৰ হাজাৰ মানুহ। এজনী গায় গৰুক লৈ চলিছে চৰম অপপ্ৰচাৰ। গায় গৰুজনী দৈৱ গুণ সম্পন্ন। উল্লেখযোগ্য যে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খেল্লী গাঁৱত পোৱালী জন্ম নিদিয়াকৈ এজনী গাই গৰুৱে গাখীৰ দিয়ে। সেই গাখীৰ খালে হেনো সকলো ধৰণৰ বেমাৰ ভাল হয়। এনে ধৰণৰ মিছা আৰু মানুহৰ মুখে মুখে প্ৰচলিত হোৱা ভিত্তিহীন খবৰ বিয়পি পৰাত অসমৰ দুৰ দূৰণিৰ পৰা হাজাৰ হাজাৰ মানুহ ঢাপলি মেলিছে গাখীৰ খাবলৈ। এই লৈ গঢ়ি উঠিছে কোটি টকীয়া ব্যৱসায়। বেজিৰ আগেৰে দুটোপাল গাখীৰ দিয়াৰ বিপৰীতে গৰুৰ গৰাকী ফজৰ আলিয়ে সংগ্ৰহ কৰিছে লাখ লাখ টকা। স্থানীয় সচেতন ব্যক্তিৰ ভাষ্য অনুযায়ী প্ৰকৃততে গাই গৰু জনীয়ে যোৱা আগষ্ট মাহত এটা পোৱালি দিছিল আৰু পোৱালিৰ মৃত্যুৰ পিছতেই এয়া এক অলৌকিক গাই বুলি গুজৱ বিয়পি পৰিছিল। দৈৱ গায়জনীৰ গাখীৰ খালে পেটৰ অসুখ, মূৰৰ বিষ, পেৰালাইছিছ, মনৰ আশা আদি মাৰাত্মক বেমাৰ ভাল হৈছে বুলি অপপ্ৰচাৰ চলোৱাত অন্ধবিশ্বাস বিয়পি পৰিছে অঞ্চলটোত। সম্প্ৰতি হাজাৰ হাজাৰ মানুহে গাখীৰ খাবলৈ আহে যদিও এয়া এক ঘোৰ অন্ধবিশ্বাস বুলি স্থানীয় ৰাইজে দাবী কৰিছে।
(Special Exclusive Package Story)Conclusion:slug: as_jania_18oct_kalgachia_superstition_cow_vis3+byt6+pho1_spl_exclv_pkg_story_asc10058
Byte: ৰাইজ আৰু স্থানীয় সচেতন ব্যক্তি।
(Special Exclusive Package Story)
জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Last Updated : Oct 22, 2019, 12:49 PM IST