ETV Bharat / state

পৰীক্ষাৰ মাজতে উচ্চ প্ৰৱল্যৰ মাইকত ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰ - শৰীয়তপূৰ হাই স্কুল জনীয়া

পৰীক্ষাৰ সময়তে উচ্চ প্ৰৱল্যৰ মাইক বাজি থকাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হেলিকপ্টাৰ যোগে উপস্থিত হোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয় ৷ যাৰ ফলত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ব্যাপক অসুবিধাৰ সম্মুখীন হ’ব লগীয়া হয় ৷

বিদ্যালয়ত পৰীক্ষা চলি থকাৰ মাজতে উচ্চ প্ৰবাল্যৰ মাইকত নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Oct 20, 2019, 9:23 AM IST

Updated : Oct 20, 2019, 12:34 PM IST

জনীয়া, 20 অক্টোবৰঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চাৰিওটা সমষ্টিতে তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ এই উপ-নিৰ্বাচনত প্ৰত্যেকটো দলেই নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ জনীয়া সমষ্টিৰ মাজেৰে মটৰ চাইকেল আৰু ই-ৰিক্সা ৰেলী বাহিৰ কৰে ৷ ইয়াৰ মাজতে বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈও উলিওৱা হয় মটৰ চাইকেল ৰেলী ৷

উল্লেখ্য যে, মটৰ চাইকেল ৰেলীৰ বাবে শৰীয়তপুৰ হাইস্কুলৰ সন্মুখত বিজেপি দলৰ সমৰ্থক সকল এক গোট হয় ৷ কিন্তু সেই সময়ত বিদ্যালয়খনত চলি আছিল পৰীক্ষা ৷ পৰীক্ষাৰ সময়তে উচ্চ প্ৰৱল্যৰ মাইক বাজি থকাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হেলিকপ্টাৰ যোগে উপস্থিত হোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয় ৷ যাৰ ফলত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ব্যাপক অসুবিধাৰ সম্মুখীন হ’ব লগীয়া হয় ৷

প্ৰধান শিক্ষকৰ ভাষ্য

আনহাতে বিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা চলি থকাৰ মাজতে বিদ্যালয়পৰ খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰাৰ ক্ষেত্ৰত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ৷

Intro:slug: as_jania_19oct_bjp_rally_&_exam_vis2+byt1+pho1_spl_story_asc10058

Anchor: বিদ্যালয়ত পৰীক্ষা চলি থকাৰ সময়তে নামিল বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ হেলিকপ্টাৰ। বিদ্যালয় চৌহদত বাজিল উচ্চ প্ৰবাল্যৰ মাইক। জনীয়া সমষ্টিৰ চৰিয়তপুৰ হাই স্কুলৰ সন্মুখত ঘটিল এই ঘটনা। পৰীক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ ব্যাপক অসুবিধা।Body:slug: as_jania_19oct_bjp_rally_&_exam_vis2+byt1+pho1_spl_story_asc10058

VO-1: জনীয়া উপ-নিৰ্বাচন। এই উপ-নিৰ্বাচনত প্ৰত্যেকটো দলেই নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ জনীয়া সমষ্টিৰ মাজেৰে উলিয়াই মটৰ চাইকেল, বাছ গাড়ী, ই-ৰিক্সা ৰেলী। ইয়াৰ মাজতে বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈ উলিওৱা হয় মটৰ চাইকেল ৰেলী। মটৰ চাইকেল ৰেলীৰ বাবে শৰীয়তপূৰ হাই স্কুলৰ সন্মুখত বিজেপি দলৰ সমৰ্থক সকল এক গোট হয় যদিও উক্ত সময়ত বিদ্যালয়ত চলি আছিল পৰীক্ষা। পৰীক্ষাৰ সময়ত উচ্চ প্ৰবাল্যৰ মাইক বাজি থকাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হেলিকপ্টাৰ যোগে উপস্থিত হোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হোৱাত শিক্ষাৰ্থী সকলৰ ব্যাপক অসুবিধাৰ সৃষ্টি।
Conclusion:slug: as_jania_19oct_bjp_rally_&_exam_vis2+byt1+pho1_spl_story_asc10058

Byte: প্ৰধান শিক্ষকৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
Last Updated : Oct 20, 2019, 12:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.