ETV Bharat / state

তীব্ৰ সংকটত কলগাছিয়াৰ চহা কৃষক - বান

বেঁকী নৈৰ প্ৰলয়ংকাৰী বানে জনীয়াৰ কলগাছিয়াত নষ্ট কৰিলে কৃষকৰ বহু বিঘা ধান খেতি। কঠীয়াৰ অভাৱত পতিত হৈ পৰিছে হেজাৰ হেজাৰ বিঘা কৃষি ভূমি । তীব্ৰ সংকটত চহা খেতিয়ক।

তীব্ৰ সংকটত কলগাছিয়াৰ চহা কৃষক
author img

By

Published : Aug 6, 2019, 11:08 AM IST

জনীয়া, ৬ আগষ্টঃ প্ৰলয়ংকাৰী বানৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত হেজাৰ হেজাৰ বিঘা শালি ধান খেতি পচি যোৱাত কৃষিজীৱি ৰাইজৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । কলগাছিয়া ৰাজহ চক্ৰৰ বেছি সংখ্যক গাঁৱৰ কৃষকে প্ৰথমটো বানপানীৰ পূৰ্বেই ৰুইছিল শালি ধানৰ কঠীয়া। যি সকলৰ ৰুবলৈ বাকী আছিল তেওঁলোকেও আগতীয়াকৈ কঠীয়া পাৰি ৰুবলৈ সম্পূৰ্ণ ভাৱে সাজু হৈ উঠিছিল।

তীব্ৰ সংকটত কলগাছিয়াৰ চহা কৃষক

কিন্তু বেঁকী নৈৰ সংহাৰী বানে টছনছ কৰি থৈ গল কৃষকৰ স্বপ্ন। ৰোৱা কঠীয়াৰ ওপৰত বানপানীৰ ফলত বালি আৰু পলশ পৰাত কৃষক সকলৰ কঠীয়া সম্পূৰ্ণভাৱে পচি যোৱা পৰিলক্ষিত হৈছে । যাৰ বাবে কৃষক সকলৰ বৃহৎ ক্ষতি হোৱাত তীব্ৰ সংকটৰ সন্মুখীন হৈছে দুৰ্ভগীয়া কৃষক। সম্প্ৰতি কঠীয়াৰ অভাৱত কৃষক সকলে কৰিব পৰা নাই ধান খেতি । অতি শীঘ্ৰেই যদি চৰকাৰে কঠীয়াৰ যোগান নধৰে তেন্তে বহিঃ জিলা বা বহিঃৰাজ্যত গৈ ঠেলা-ৰিক্সা বা দিন-হাজিৰা কৰি খোৱাৰ বাহিৰে বিকল্প নাই । সেয়ে এইক্ষেত্ৰত চৰকাৰে কৃষকক কঠীয়া যোগান দিয়াৰ লগতে ক্ষতিগ্ৰস্ত কৃষকক অতিসোনকালে ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰিছে কৃষক ৰাইজে।

Intro:slug: as_jania_6aug_damage_paddy_field_vis3+byt3+pho1_spl_pkg_story_asc10058

জনীয়া, ০৬ আগষ্ট: বেঁকী নৈৰ প্ৰলয়ংকাৰী বানে জনীয়াৰ কলগাছিয়াত নষ্ট কৰিলে কৃষকৰ হেজাৰ হেজাৰ বিঘা ধান খেতি। কঠীয়াৰ অভাৱত পতিত হৈ পৰিছে হেজাৰ হেজাৰ বিঘা কৃষি ভূমি। তীব্ৰ সংকটৰ মাজত খেতিয়ক।Body:slug: as_jania_6aug_damage_paddy_field_vis3+byt3+pho1_spl_pkg_story_asc10058

প্ৰলয়ংকাৰী বানপানীৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত হেজাৰ হেজাৰ বিঘা শালি ধান খেতি পচি যোৱাত কৃষিজীৱি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কলগাছিয়া ৰাজহ চক্ৰৰ বেছি সংখ্যক গাঁওৰ কৃষকে প্ৰথমটো বানপানীৰ পূৰ্বেই ৰুইছিল শালি ধানৰ কঠীয়া। যি সকলৰ ৰুবলৈ বাকী আছিল তেওঁলোকেও আগতীয়াকৈ কঠীয়া পাৰি ৰুবলৈ সম্পূৰ্ন ভাৱে সাজু হৈ উঠিছিল। কিন্তু বেঁকী নৈৰ সংহাৰী বানে টছনছ কৰি থৈ গল কৃষকৰ স্বপ্ন। ৰোৱা কঠীয়াৰ ওপৰত বানপানীৰ ফলত বালি আৰু পলশ পৰাত কৃষক সকলৰ কঠীয়া সম্পূৰ্নভাৱে পচি যোৱাৰ পৰিলক্ষিত হৈছে। যাৰ বাবে কৃষক সকলৰ বৃহৎ ক্ষতি হোৱাত তীব্ৰ সংকটৰ সন্মুখীন হৈছে দুৰ্ভগীয়া কৃষক। সপ্ৰতি কৃষক সকলে কঠীয়াৰ অভাৱত কৰিব পৰা নাই ধান খেতি। অতি শীঘ্ৰেই যদি চৰকাৰে কঠীয়াৰ যোগান নধৰে তেন্তে বহিঃ জিলা বা বহিঃৰাজ্যত গৈ ঠেলা-ৰিক্সা বা দিন-হাজিৰা কৰি খোৱাৰ বাহিৰে বিকল্প নাই। সেয়ে এইক্ষেত্ৰত চৰকাৰে কৃষকক কঠীয়া যোগান দিয়াৰ লগতে ক্ষতিগ্ৰস্ত কৃষকক অতিসোনকালে ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰিছে কৃষক ৰাইজে।Conclusion:slug: as_jania_6aug_damage_paddy_field_vis3+byt3+pho1_spl_pkg_story_asc10058

মন্তব্য: ক্ষতিগ্ৰস্ত কৃষকৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.