ETV Bharat / state

Ranjit Kumar Dass in Barpeta: বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ নতুন ভৱনৰ উদ্বোধন

author img

By

Published : Aug 10, 2022, 8:58 PM IST

বুধবাৰে বৰপেটাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ ( Barpeta Development Authority) নৱনিৰ্মিত কাৰ্যালয় ভৱন মুকলি কৰে ( Ranjit Kumar Dass inaugurates newly constructed Office building) ৷

Minister Ranjit Das inaugurates newly constructed Office building of Barpeta Development Authority
বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ নতুন ভৱনৰ উদ্বোধন

বৰপেটা, ১০ আগষ্ট: বুধবাৰে বৰপেটাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ (Barpeta Development Authority) নৱনিৰ্মিত কাৰ্যালয় ভৱনটো মুকলি কৰে (Ranjit Kumar Dass inaugurates newly constructed office building) ৷ নৱনিৰ্মিত কাৰ্যালয় ভৱন মুকলি কৰি বৰপেটা চহৰৰ উন্নয়ন সম্পৰ্কত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত বৰপেটা চহৰৰ উন্নয়নৰ বাবে CIDF আঁচনিৰ অধীনত আৱন্টন দিয়া ১০০ কোটি টকা কিদৰে মোকলাই আনিব পাৰি সেই সম্পৰ্কে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Kumar Dass in Barpeta) ৷

ইয়াৰ লগতে শতিকা প্ৰাচীন বৰপেটা চহৰৰ উন্নয়নৰ বাবে বৰপেটা উন্নয়ন প্ৰাধিকাৰী, পৌৰসভা আৰু জিলা উপায়ুক্তক লৈ এখন যৌথসভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখিৰ এখন বিশিষ্ঠ নাগৰিক সভাও অনুষ্ঠিত হয় ৷ বিশিষ্ঠ নাগৰিক সভাৰ জৰিয়তে ৰাইজৰ পৰামৰ্শ গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Erosion in Assam: খহনীয়াই নোহোৱা কৰিলে ৰাজ্যৰ ২৫০০ খনকৈ গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.