ETV Bharat / state

আন্দোলন চলাবলৈ সুকীয়া মঞ্চ গঠন কৰাৰ প্ৰয়োজন"-হেমেন দাস

author img

By

Published : Dec 16, 2019, 10:15 PM IST

Updated : Dec 17, 2019, 2:17 PM IST

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে সকলো দল সংগঠনৰ প্ৰতিনিধিৰে এখন ঐক্য মঞ্চ গঠনৰ পোষকতা কৰে হেমেন দাসে ৷ দাসে আৰু কয় যে,দুই-এঠাইত বিক্ষিপ্ত ঘটনা সংঘটিত হ’লেও অসমত শান্তিপূৰ্ণভাৱে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন চলি আছে ৷ তৎসত্বেও অসমত সেনাবাহিনী মোতায়েন কৰা হৈছে ৷ এইয়া বিজেপি দলৰ ৰাজনীতিৰ এক কুশল নিদৰ্শন বুলি মন্তব্য কৰে সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

Hemen Das reaction on CAA
"অসমত CA(A) বিৰোধী আন্দোলন চলাই নিয়াৰ বাবে এখন মঞ্চ গঠন কৰাৰ প্ৰয়োজন"-হেমেন দাস

বৰপেটাৰোড, 16 ডিচেম্বৰঃ "নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন সোনকালে শেষ হ’ব বুলি অসমৰ ৰাইজে আশা কৰা নাই ৷ এই আইনখন কাৰ্যকৰী কৰাৰ বাবে বিজেপি-আৰ এছ এছ বদ্ধপৰিকৰ ৷ সেইবাবে অসমত এই আন্দোলন চলাই নিয়াৰ বাবে এখন মঞ্চ গঠন কৰাৰ প্ৰয়োজন হৈছে ৷" এই মন্তব্য বৰ্ষীয়ান বামপন্থী নেতা হেমেন দাসৰ ৷ সোমবাৰে নেতাগৰাকীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নেতাগৰাকীয়ে কয় যে,ৰাজনৈতিক সমস্যা ৰাজনৈতিভাৱেই সমাধান কৰিব লাগিব ৷ আনহাতে নাগৰিকত্ব সংশোধনী আইনখন যিহেতু গৃহীত হৈছে গতিকে ইয়াক অগ্ৰাহ্য কৰাৰ বাবে এক বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন বুলিও মন্তব্য কৰে হেমেন দাসে ৷

আন্দোলন চলাবলৈ সুকীয়া মঞ্চ গঠন কৰাৰ প্ৰয়োজন"-হেমেন দাস

আনহাতে,নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে সকলো দল সংগঠনৰ প্ৰতিনিধিৰে এখন ঐক্য মঞ্চ গঠনৰ পোষকতা কৰে হেমেন দাসে ৷ দাসে আৰু কয় যে, দু-এঠাইত বিক্ষিপ্ত ঘটনা সংঘটিত হ’লেও অসমত শান্তিপূৰ্ণভাৱে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন চলি আছে ৷ তৎসত্বেও অসমত সেনাবাহিনী মোতায়েন কৰা হৈছে ৷ এইয়া বিজেপি দলৰ ৰাজনীতিৰ এক কুশল নিদৰ্শন বুলি মন্তব্য কৰে সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

আন্দোলন চলাবলৈ সুকীয়া মঞ্চ গঠন কৰাৰ প্ৰয়োজন"-হেমেন দাস

লগতে পঢ়ক- অসম চৰকাৰে CAAৰ বিৰোধিতা নকৰাতো লজ্জাজনক : প্ৰফুল্ল কুমাৰ মহন্ত

Intro:বৰপেটাৰোড 16 নবেম্বৰ : CAA বিৰোধী আন্দোলন সোনকালে শেষ হব বুলি অসমৰ ৰাইজে আশা কৰা নাই ৷ এই আইনখন কাৰ্যকৰী কৰাৰ বাবে বিজেপি-আৰ এছ এছ বদ্ধপৰিকৰ ৷ সেইবাবে অসমত এই আন্দোলন চলাই নিয়াৰ বাবে এখন মঞ্চ গঠন কৰাৰ প্ৰয়োজন হৈছে বুলিও বৰ্ষীয়ান বামপন্থী নেতা কমৰেড হেমেন দাসে মন্তব্য কৰিছে ৷ Body:সোমবাৰে সন্ধিয়া বৰপেটাৰোডত নেতা গৰাকীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৰ্ষীয়ান নেতা গৰাকীয়ে আৰু কয় ৰাজনৈতিক সমস্যা ৰাজনৈতিক ভাৱেই সমাধান কৰিব লাগিব ৷ বিজেপি- আৰ এছ এছক ক্ষমতাচ্যুত কৰাৰ বাবে ৰাজনৈতিক পথ গ্ৰহণ কৰিব লাগিব বুলি উল্লেখ কৰি কয় অসমৰ সংগ্ৰামী জনগণে এক বিকল্প ৰাজনৈতিক শক্তিৰ সৃষ্টি কৰিব লাগিব যি শক্তিয়ে আগন্তুক নিৰ্বাচনত তেওলোকক ক্ষমতাচ্যুত কৰিব পাৰিব ৷ CAA আইনখন যিহেতু গৃহীত হৈছেই গতিকে ইয়াক অগ্ৰাহ্য কৰাৰবাবে এক বিকল্প ৰাজনৈতিক শক্তিৰ প্ৰয়োজন বুলিও দাসে উল্লেখ কৰিঅসমত এই CAA বিৰোধী আন্দোলনৰ বাবে সকলো দল সংগঠনৰ প্ৰতিনিধিৰে এখন ঐক্য মঞ্চ গঠনৰো পোষকতা কৰিছে বামপন্থী দলৰ বৰ্ষীয়ান নেতা তথা সৰভোগৰ প্ৰাক্তন বিধায়ক কমৰেড হেমেন দাসে ৷ দাসে আৰু কয় দু এঠাইত দুস্ক্‌তিকাৰীয়ে বিক্ষিপ্ত ঘটনা ঘটালেও অসমত শান্তিপূৰ্ণভাৱে CAAৰ বিৰুদ্ধে আন্দোলন চলি আছে ৷ তৎসত্বেও অসমত সেনাবাহিনী মোতায়েন কৰিছে ৷ গাৱে ভূৱে সেনা নমাই ফ্লেগমাৰ্চ কৰিছে ৷ ইয়াৰ দ্বাৰা অসমৰ ৰাইজক কেৱল ভয় খুওৱাই নহয় শান্তিপূৰ্ণ আন্দোলন দমন কৰাৰ প্ৰচেষ্টা চলাইছে বিজেপি আৰ এছ এছে ৷ এয়া বিজেপি দলৰ ৰাজনীতিৰ এক কুটিল নিদৰ্শন বুলিও মন্তব্য কৰে বৰ্ষীয়ান নেতা গৰাকীয়ে ৷ অসমত সেনা বাহিনী মোতায়েন কৰা সত্বেও অসমৰ জনগণে শান্তিপূৰ্ণ ভাৱে আন্দোলন চলাই নিয়াৰ পোষকতা কৰে বামপন্থী দলৰ বৰ্ষীয়ান নেতা গৰাকীয়ে ৷ লগতে শান্তিপূৰ্ণ অসমৰ পৰা সেনা প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে বৰ্ষীয়ান নেতা হেমেন দাসে ৷ Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
Last Updated : Dec 17, 2019, 2:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.