ETV Bharat / state

বৰপেটা-বাঘবৰ সংযোগী পথলৈ ভাবুকি - ভেলেঙী নদী

বাঘবৰ সমষ্টিৰ ৰাইজে বৰপেটা সদৰলৈ অহা যোৱা কৰাৰ এইটোৱে একমাত্ৰ পথ ৷ যদিহে পথটোৰে যাতায়ত বিঘ্নিত হৈ পৰে তেন্তে বাঘবৰ সমষ্টিৰ সকলো লোকে ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাতো নিশ্চিত ৷

বৰপেটা-বাঘবৰ সংযোগী পথটোলৈ বানে কঢ়িয়াইছে ভাবুকি
author img

By

Published : Jul 18, 2019, 8:42 AM IST

বৰপেটা, ১৮ জুলাই : বানৰ কবলত পৰি ৰাজ্যখনৰ বাট-পথ সমূহ ক্ষতিগ্ৰস্ত হৈ পৰিছে ৷ তেনে সময়তে বৰপেটা-বাঘবৰ সংযোগী গড়কাপ্তানী পথটো ভেলেঙী নৈৰ বানে প্লাবিত কৰাৰ পিচত সম্প্ৰতি ভাতকুছিৰ দলঙৰ এপ্ৰোছটো খহি যাবলৈ লৈছে ৷ দলঙৰ এপ্ৰোছৰ বৃহৎ অংশ খহি যোৱাৰ ফলত পথটোৰ প্ৰতি ভাবুকি আহি পৰিছে ৷

বৰপেটা-বাঘবৰ সংযোগী পথটোলৈ বানে কঢ়িয়াইছে ভাবুকি

ইপিনে পথটোৰ দুৰৱস্থা দেখি পথটোৰে যাতায়াত ব্যাহত হৈ পৰাৰ আশংকাত বাঘবৰৰ ৰাইজ উদ্বিগ্ন হৈ পৰিছে । কিয়নো, বাঘবৰ সমষ্টিৰ ৰাইজে বৰপেটা সদৰলৈ অহা যোৱা কৰাৰ এইটোৱে একমাত্ৰ পথ ৷ যদিহে পথটোৰে যাতায়ত বিঘ্নিত হৈ পৰে তেন্তে বাঘবৰ সমষ্টিৰ সকলো লোকে ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাতো নিশ্চিত ৷ সেয়ে ৰাইজে পথটোৰ খহি যোৱা অংশ মেৰামতি কৰি যাতায়ত সুচল কৰিবৰ বাবে গড়কাপ্তানী বিভাগক দাবী জনাইছে ৷

Intro:
বৰপেটা, ১৭ জুলাইঃ বানৰ কবলত পৰি ৰাজ্যখনৰ বাট-পথ সমুহ ক্ষতিগ্ৰস্থ হৈ পৰিছে ৷ বৰপেটা-বাঘবৰ সংযোগী গড়কাপ্তানী পথটো ভেলেঙীৰ বানে প্লাবিত কৰাৰ পিচত সম্প্ৰতি ভাতকুছিৰ দলঙৰ এপ্ৰোছটো খহি যাবলৈ লৈছে ৷ দলঙৰ এপ্ৰোছৰ বৃহৎ অংশ খহি যোৱাৰ ফলত পথটোৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ Body:আনকি পথটোৰে যাতায়াত ব্যাহত হৈ পৰাৰ অাশংকাত বাঘবৰৰ ৰাইজ উদ্বিগিন হৈ পৰিছে ৷ কিয়নো, বাঘবৰ সমষ্টিৰ ৰাইজে বৰপেটা সদৰলৈ অহা যোৱা কৰাৰ এইটোৱে একমাত্ৰ পথ ৷ যদিহে পথটোৰে যাতায়াত বিঘ্নিত হৈ পৰে তেন্তে বাঘবৰ সমষ্টিৰ সকলো লোক ভয়াৱহ সমস্যাৰ সন্মুখীন হোৱাতো নিশ্চিত ৷ পথটোৰ খহি যোৱা অংশতো মেৰামতি কৰি যাতায়াত সূচল কৰিবৰ বাবে গড়কাপ্তানি বিভাগক দাবী জনাইছে ৰাইজে ৷

Conclusion:বাইটঃ স্থানীয় লোক ৷
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.