ETV Bharat / state

গৰাখহনীয়া কৱলত বিকল্প ৰাজ্যিক ঘাই পথ

জিঅ' বেগ উটুৱাই নিয়াৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁৱলৈ অহা-যোৱা কৰা বিকল্প ৰাজ্যিক ঘাইপথটো

author img

By

Published : Jul 11, 2019, 4:38 PM IST

গৰাখহনীয়া কবলত বিকল্প ৰাজ্যিক ঘাই পথত

জনীয়া, 11 জুলাইঃ বানপানীৰ সমান্তৰালকৈ ধাৰাসাৰ বৰষুণৰ ফলত তীব্ৰ গৰাখহনীয়া আৰম্ভ হৈছে বিকল্প ৰাজ্যিক ঘাই পথত। কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰত থকা কৰাৰকুৰ বেঁকী দলঙৰ পশ্চিম প্ৰান্তত বাঢ়নী পানীৰ সোঁতত গৰাখহনীয়াৰ সৃষ্টি হয় ৷ আনহাতে পানীয়ে জিঅ' বেগ উটুৱাই নিয়াৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁৱলৈ অহা-যোৱা কৰা বিকল্প ৰাজ্যিক ঘাই পথটোৰ । সম্প্ৰতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰি ঘাই পথ সুৰক্ষা দিয়াৰ লগতে ৰাইজক ৰক্ষা কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

Intro:slug : as_jania_jania_erosion_state_highway_vis2+byt2_story_asc10058

জনীয়া, 11 জুলাই: বানপানীৰ সমান্তৰালকৈ ধাৰাসাৰ বৰষুণৰ ফলত তীব্ৰ গৰাখহনীয়া আৰম্ভ হৈছে বিকল্প ৰাজ্যিক ঘাই পথত।Body:slug : as_jania_jania_erosion_state_highway_vis2+byt2_story_asc10058

জনীয়া, 11 জুলাই: বানপানীৰ সমান্তৰালকৈ ধাৰাসাৰ বৰষুণৰ ফলত তীব্ৰ গৰাখহনীয়া আৰম্ভ হৈছে বিকল্প ৰাজ্যিক ঘাই পথত।

জনীয়াত বানপানীৰ সমান্তৰালকৈ ধাৰাসাৰ বৰষুণৰ ফলত তীব্ৰ গৰাখহনীয়া আৰম্ভ হৈছে বিকল্প ৰাজ্যিক ঘাই পথত । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰত থকা কৰাৰকুৰ বেঁকী দলঙৰ পশ্চিম প্ৰান্তত বাঢ়নী পানীৰ সোঁতত গৰাখহনীয়াৰ সৃষ্টি হৈ জিঅ' বেগ উটুৱাই দিয়াৰ ফলত ভাবুকিৰ সৃষ্টি হৈছে অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁওলৈ যোৱা বিকল্প ৰাজ্যিক ঘাই পথত। সম্প্ৰতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰি ঘাই পথ সুৰক্ষা দিয়াৰ লগতে ৰাইজক ৰক্ষা কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

বাইট: স্থানীয় ৰাইজৰ মন্তব্য ।

স্বফিকুল হাছান, জনীয়া।Conclusion:slug : as_jania_jania_erosion_state_highway_vis2+byt2_story_asc10058

বাইট: স্থানীয় ৰাইজৰ মন্তব্য ।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.