ETV Bharat / state

বৰপেটাত ব্ৰাউন চুগাৰসহ আটক ড্ৰাগছ ব্যৱসায়ী

author img

By

Published : Mar 8, 2021, 1:29 PM IST

বৰপেটাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ সোমবাৰে বৰপেটা আৰক্ষীয়ে অভিযান চলাই কেইবাটাও ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় হাফিজুল হক নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক ৷

DRUG PEDDLER ARRESTED IN BARPETA
বৰপেটাত ব্ৰাউন চুগাৰসহ আটক ড্ৰাগছ ব্যৱসায়ী

বৰপেটা,৮ মাৰ্চ: বৰপেটাত অব্যাহত আছে নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা ৷ সমান্তৰালভাৱে অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ সোমবাৰে বৰপেটা আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে পুনৰ অভিযান চলাই কেইবাটাও ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ জব্দ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় হাফিজুল হক নামৰ এজন ড্ৰাগছ ব্যৱসায়ীক ৷

জানিব পৰা মতে, কলগাছিয়াৰ সমীপৰ ছনপুৰা গাঁৱৰ হাফিজুল হকে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ সৈতে জড়িত আছিল ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বিগত সময়চোৱাত বৰপেটা আৰক্ষীয়ে অভিযান চলাই বহুকেইটা ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ নাৰী দিৱস বিশেষ: নাছাত ভাৰতীয় মহিলাৰ গৌৰৱোজ্জল ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.