ETV Bharat / state

বৰপেটাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে 5 টাকৈ প্ৰকল্প - himanta

মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত 91 কোটি টকা ব্যয় সাপেক্ষে শুভাৰম্ভ কৰে 5 টাকৈ প্ৰকল্প ৷ কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত বৰপেটা জিলাৰ বাঘবৰত প্ৰস্তাৱিত নতুন আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলাৰ স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে 5 টাকৈ প্ৰকল্প

author img

By

Published : Oct 7, 2020, 5:03 PM IST

বৰপেটা, 7 অক্টোবৰ : বুধবাৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত উপস্থিত হৈ 91 কোটি টকা ব্যয় সাপেক্ষে শুভাৰম্ভ কৰে 5 টাকৈ প্ৰকল্প ৷বৰপেটা মেডিকেল কলেজ হাস্পটালত 25 কোটি টকা ব্যয় সাপেক্ষে 100 খন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়ৰ কামৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে, অসম চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ আঁচনিৰ ছিগনেচাৰ প্ৰকল্পৰ অধীনত নখান্দা দলঙৰ পৰা বৰপেটা বাঘবৰ পথৰ নলীৰপাম সংযোগী নখান্দা মথাউৰি পথৰ নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ হয় ৷ আনহাতে চেঙাত স্থাপন হ'বলগীয়া আদৰ্শ কন্যা মহাবিদ্যালয় স্থাপনৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে ৷

ড৹ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে 5 টাকৈ প্ৰকল্প

কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত বৰপেটা জিলাৰ বাঘবৰত প্ৰস্তাৱিত নতুন আদৰ্শ স্নাতক মহাবিদ্যালয়ৰ আধাৰশিলাৰ স্থাপন কৰে মন্ত্ৰী গৰাকীয়ে ৷ পূৰ্বৰ ১৫ বছৰীয়া শাসনকালত তিতাবৰৰ বাবে প্ৰতিটো আঁচনিৰ সুবিধা অধিক দিব লগাৰ নিয়মেৰে চৰকাৰ পৰিচালিত হোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

পূৰ্বৰ শাসনকালত তিতাবৰ়ত পোৱা অতিৰিক্ত চৰকাৰী আঁচনিৰ সুবিধাৰ ভাগ জালুকবাৰী আৰু চামগুৰিতো পৰাৰ মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ ইপিনে পি এম জিএছৱাই আঁচনিৰ জৰিয়তে ১৬ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ লক্ষ্য লোৱাৰ কথা ব্যক্ত কৰাৰ লগতে সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে আজমলে জি এম ছিএইছত তৰুণ গগৈৰ খবৰ লবলৈ গৈ ৰাজনীতি কৰাৰ কথাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ ইফালে নিজে ৰাইজৰ দল বুলি নিজক ক'ব পাৰি নেকি বুলি প্ৰশ্ন কৰি নিজৰ চাৰ্টিফিকেট দিয়া লোকসকল অদ্ভূত মানসিকতাৰ বুলিও সদৰি কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : নৱেম্বৰত সম্পন্ন হ'ব COVAXINৰ অন্তিম পৰ্যায়ৰ পৰীক্ষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.