ETV Bharat / state

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ

author img

By

Published : Aug 26, 2019, 1:32 PM IST

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ ৷ বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিত এতিয়া ঠেলা, ঘোঁৰা গাড়ীয়েই হৈছে ৰোগী কঢ়িওৱা এম্বুলেঞ্চ ৷ অঞ্চলটোত কেইবাখন চৰকাৰী চিকিৎসালয় থকাৰ পিছতো নাই পৰ্যাপ্ত চিকিৎসক, নাৰ্চ তথা এম্বুলেঞ্চ ৷ নিতৌ এই কৰুণ আৰু বিপদসংকুল যাত্ৰা কৰি আহিছে প্ৰসূতি মহিলা তথা ৰোগীয়ে ৷ স্থানীয় ৰাইজে অতি শীঘ্ৰেই এম্বুলেঞ্চৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ

বৰপেটা, 26 আগষ্টঃ কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ ৷ বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিত এতিয়া ঠেলা, ঘোঁৰা গাড়ীয়েই হৈছে ৰোগী কঢ়িওৱা এম্বুলেঞ্চ ৷ ঠেলা, ঘোঁৰা গাড়ীকেই এম্বুলেঞ্চ বনাই প্ৰসূতি মহিলাৰ যন্ত্ৰণাকাতৰ যাত্ৰা ৷ অঞ্চলটোত কেইবাখন চৰকাৰী চিকিৎসালয় থকাৰ পিছতো নাই পৰ্যাপ্ত চিকিৎসক, নাৰ্চ তথা এম্বুলেঞ্চ ৷ ডিজিটেল ইণ্ডিয়াই ঢুকি পোৱা নাই বৰপেটাৰ এই অঞ্চল ৷ নিতৌ এই কৰুণ আৰু বিপদসংকুল যাত্ৰা কৰি আহিছে প্ৰসূতি মহিলা তথা ৰোগীয়ে ৷ চৰকাৰ, প্ৰসাশনে বিষয়টোৰ ওপৰত একো গুৰুত্ব আৰোপ নকৰাক লৈ ৰাইজে ক্ষোভ উজাৰিছে ৷ স্থানীয় ৰাইজে অতি শীঘ্ৰেই এম্বুলেঞ্চৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ৷

Intro:Anchor : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰৰ এক ডিজিটেল ইণ্ডিয়াৰ প্ৰতিচ্ছৱি,ছৈ দিয়া ঠেলা অথবা ঘোঁৰা গাড়ীয়েই এটা অঞ্চলৰ ৰোগী কঢ়িওৱা বিশেষ এম্বুলেঞ্চ। কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ । ছৈ দিয়া ঠেলা এম্বুলেঞ্চত প্ৰসূতি মহিলা যন্ত্ৰণাকাতৰ যাত্ৰা। এয়াই মোডী চৰকাৰৰ ডিজিটেল ইণ্ডিয়া,চাওক এই সন্দর্ভত এক বিশেষ প্ৰতিবেদন ।
Body:as_slug_gol_26aug_801_delivery_patient_thela_ambulance_exclusive_vis6+byte1_jahidul_islam_7203844

Anchor : মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল চৰকাৰৰ এক ডিজিটেল ইণ্ডিয়াৰ প্ৰতিচ্ছৱি,ছৈ দিয়া ঠেলা অথবা ঘোঁৰা গাড়ীয়েই এটা অঞ্চলৰ ৰোগী কঢ়িওৱা বিশেষ এম্বুলেঞ্চ। কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ । ছৈ দিয়া ঠেলা এম্বুলেঞ্চত প্ৰসূতি মহিলা যন্ত্ৰণাকাতৰ যাত্ৰা। এয়াই মোডী চৰকাৰৰ ডিজিটেল ইণ্ডিয়া,চাওক এই সন্দর্ভত এক বিশেষ প্ৰতিবেদন ।

V. O : ছৈ দিয়া ঠেলা অথবা ঘোঁৰা গাড়ীয়েই এতিয়া এটা বিশেষ অঞ্চলৰ ৰোগী কঢ়িওৱা এম্বুলেঞ্চ । হয়, আমি কব বিচাৰিছো নগৰবেৰাৰ উত্তৰ অঞ্চলৰ কথা। গোৱালপাৰা জিলাৰ সীমান্তমূৰীয়া অঞ্চল বাঘবৰ আৰু চেঙা সমষ্টিৰ প্ৰায় দুই লক্ষাধিক পৰিয়াল থকা দক্ষিণ বৰপেটাৰ বৃহত্তৰ চৰাঞ্চলৰ কথা। অঞ্চলটোত কেইবাখন চৰকাৰী চিকিৎসালয় ঠিকেই আছে, নাই পৰ্যাপ্ত চিকিৎসক নাৰ্চ। এম্বুলেঞ্চ চলাব পৰা ৰাস্তা থাকিলেও নাই এম্বুলেঞ্চ। পৰিনতিত নিতৌ এই অঞ্চলৰ ৰোগী কঢ়িওৱা হয় ঠেলা অথবা ঘোঁৰা গাড়ীৰে । সোমবাৰে পুৱাই ই টি ভি ৰ কেমেৰাত বন্দি হল তেনে এক কৰুন দৃশ্য। ছৈ দিয়া এখন ঠেলাত এগৰাকী প্ৰসূতি মহিলাক নিছে নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ । কাৰণ ওচৰৰ স্বাস্থ্যকেন্দ্ৰত নাই চিকিৎসক। বৰপেটা জিলাৰ মাজৰ চৰ গাঁওৰ প্ৰসূতি মহিলা গৰাকীক পৰিয়ালৰ লোকে অতি কষ্টৰে নিছে নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ । এয়াই আধুনিক স্বাস্থ্য সেৱাৰ নমুনা। এনেবোৰ দৃশ্য চকুত নপৰে নেকি স্বাস্থ্য বিভাগৰ?? প্ৰসূতি মহিলাৰ এনে যন্ত্ৰণা নেদেখে নেকি কথা চহকী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?? কিন্তু এয়াই দক্ষিণ বৰপেটা লাখ লাখ জনতাৰ বাস্তৱ জীৱন। এনে যন্ত্ৰণাৰ পৰিত্ৰাণ কেতিয়া??
Byte : পৰিয়ালৰ লোক ।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।Conclusion:Byte : পৰিয়ালৰ লোক ।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.