ETV Bharat / state

কলগাছিয়াত প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আয়োজন

author img

By

Published : Dec 11, 2020, 8:19 AM IST

বৰপেটা জিলাৰ কলগাছিয়াৰ আদিতপুৰ এম ই মাদ্ৰাছা খেলপথাৰত বৃহস্পতিবাৰে প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰা হয় ৷ টাপেশ্বৰা ক্ৰিকেট ক্লাৱ আৰু বামুনটাৰী আজাদ ক্লাৱৰ মাজত অনুষ্ঠিত হোৱা উদ্বোধনী খেলত বামুনটাৰী আজাদ ক্লাৱক 7 উইকেটত পৰাস্ত তাপেশ্বৰা ক্ৰিকেট ক্লাৱৰ ৷

cricket competition inaugurated in kalgachia
প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতা

জনীয়া,11 ডিচেম্বৰ : বৃহস্পতিবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ আদিতপুৰ এম ই মাদ্ৰাছা খেলপথাৰত শুভ উদ্বোধন কৰা হয় গ্লোবেল ৰুৰেল ডেভেলপমেণ্ট ছোছাইটি (NGO)ৰ উদ্যোগত এখনি প্ৰাইজমানি ক্ৰিকেট খেল প্ৰতিযোগিতাৰ । ইয়াৰ লগত সংগতি ৰাখি অৱসৰ প্ৰাপ্ত শিক্ষক ছামচুল হকৰ সভাপতিত্বত এখন উদ্বোধনী সভাও অনুষ্ঠিত কৰা হয় ।

উদ্বোধনী খেলখন টাপেশ্বৰা ক্ৰিকেট ক্লাৱ আৰু বামুনটাৰী আজাদ ক্লাৱৰ মাজত অনুষ্ঠিত হয়। বামুনটাৰী আজাদ ক্লাৱক তাপেশ্বৰা ক্ৰিকেট ক্লাৱে 7 উইকেটত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় । তাপেশ্বৰা ক্ৰিকেট ক্লাৱৰ হৈ ফাইজুৰ ৰহমানে 114 ৰাণ সংগ্ৰহ কৰে ৷

লগতে পঢ়ক : মৰিগাঁও জিলাৰ লাহৰী ঘাট আৰু হাটীমূৰীয়াত বিধংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.