ETV Bharat / state

Jignesh mevani latest news : জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত চিপিআইএমৰ প্ৰতিবাদ - CPIM protests demanding release of Jignesh Mevani

বৰপেটাত মঙলবাৰে চিপিআইএমৰ বৰপেটা জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৰা এটা টুইটক লৈ গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে(CPIM protests demanding release of Jignesh Mevani) বাওঁপন্থী দলটোৱে ৷

cpim-protests-demanding-release-of-jignesh-mevani
জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত চিপিআইএমৰ প্ৰতিবাদ
author img

By

Published : Apr 27, 2022, 1:32 PM IST

বৰপেটা, 27 এপ্ৰিল : মঙলবাৰে বৰপেটা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ(Jignesh mevani present in Barpeta district judicial court) কৰোৱা হৈছিল গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেশ মেৱানীক ৷ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰৰ ভিত্তিত দ্বিতীয়বাৰৰ বাবে অসম পুলিচে আটক কৰিছিল দলিত নেতা গৰাকীক (Jignesh Mevani rearrested by Assam police) ৷

cpim-protests-demanding-release-of-jignesh-mevani
জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত প্ৰতিবাদ

নেতাগৰাকীৰ মুক্তিৰ দাবীত বৰপেটাত মঙলবাৰে চিপিআইএমৰ বৰপেটা জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ(CPIM protests demanding release of Jignesh Mevani) ৷ প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কৰা এটা টুইটক লৈ গুজৰাটৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে বাওঁপন্থী দলটোৱে ৷ তদুপৰি প্ৰতিবাদকাৰীসকলে ৰাজ্য় চৰকাৰে ব্যক্তিৰ বাক স্বাধীনতা খৰ্ব কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ৷

চিপিআইএমৰ প্ৰতিবাদ

অকল এয়াই নহয়, জিগনেশ মেৱানীৰ গ্ৰেপ্তাৰৰ ঘটনা সম্পূৰ্ণভাৱে ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰা লোকসকলে ৷ সমান্তৰালকৈ জিগনেশ মেৱানীক বিনাচৰ্তে মুক্তিৰ দাবীত চিপিআইএমৰ বৰপেটা জিলা সমিতিয়ে চহৰত প্ৰতিবাদী সমদল বাহিৰ কৰে ৷

লগতে চাওক : প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কোনোবাই টুইট কৰিলেই হিমন্ত চৰকাৰে গ্ৰেপ্তাৰ কৰে : আব্দুল খালেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.