ETV Bharat / state

বৰপেটাত ক'ভিড আক্ৰান্তৰ সংখ্যা 2337 গৰাকীলৈ বৃদ্ধি

author img

By

Published : May 11, 2021, 10:00 AM IST

সোমবাৰৰ দিনটোত বৰপেটা জিলাত 195 গৰাকী লোকৰ দেহত ধৰা পৰে ক'ভিড-19ৰ উপস্থিতি ৷ সমগ্ৰ জিলাখনত মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 2337 গৰাকীলৈ ৷

বৰপেটাত ক'ভিড আক্ৰান্তৰ সংখ্যা 2337 গৰাকীলৈ বৃদ্ধি
বৰপেটাত ক'ভিড আক্ৰান্তৰ সংখ্যা 2337 গৰাকীলৈ বৃদ্ধি

বৰপেটা, 11 মে': বৰপেটা জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে দ্ৰুত গতিত ৷ সোমবাৰৰ দিনটোত বৰপেটা জিলাত 195 গৰাকী লোকৰ দেহত ধৰা পৰে ক'ভিড-19ৰ উপস্থিতি ৷ জিলাখনৰ 2740 গৰাকী লোকক কৰা ক'ভিড পৰীক্ষাত 195 গৰাকী লোকৰ দেহত ধৰা পৰে ক'ভিডৰ উপস্থিতি ৷ সমগ্ৰ জিলাখনত মুঠ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পালে 2337 গৰাকীলৈ ৷

সম্প্ৰতি জিলাখনত সোমবাৰৰ দিনটোত 158 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 25 গৰাকীলৈ ৷ শেহতীয়া তথ্য অনুসৰি বৰপেটাত 785 গৰাকী কৰ’ণা আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰাৰ পিছত সোমবাৰৰ দিনটোলৈকে চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে 1520 গৰাকী ৷

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.