ETV Bharat / state

বৰপেটাত কংগ্ৰেছৰ জয় নিশ্চিতঃ আব্দুল খালেক

author img

By

Published : Apr 6, 2019, 12:52 PM IST

ৰাইজৰ উৎসাহ দেখি বৰপেটাত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে আব্দুল খালেকে ৷ কেৱল এয়াই নহয়, বৰপেটাত নদীৰ সোঁতৰ দৰে বোৱা ৰাইজৰ সমৰ্থনেই বৰপেটাত কংগ্ৰেছক বিজয়ী কৰিব বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ৷

বৰপেটাত কংগ্ৰেছৰ জয় নিশ্চিত - আব্দুল খালেক

বৰপেটা,6 এপ্ৰিলঃ বৰপেটাত কংগ্ৰেছৰ সপক্ষে জন সমৰ্থন ৷ ৰাজপথত সমৰ্থকৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ সমদল৷

এতিয়াও স্তিমিত হৈ আছে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযান ৷ কিন্তু তাৰমাজতো বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক লৈ উৎসাহী কংগ্ৰেছ কৰ্মী তথা সমৰ্থকসকল ৷ শুকুৰবাৰে বিয়লি বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী আহমেদৰ সৈতে বৰপেটা চহৰত নেতৃত্ব লয় এক সমদলৰ ৷

বৰপেটাত কংগ্ৰেছৰ জয় নিশ্চিতঃ আব্দুল খালেক

শুকুৰবাৰে কেইবাশ কংগ্ৰেছ কৰ্মীৰ সৈতে বৰপেটা চহৰৰ মাজেৰে সমদল কৰি ৰাজীৱ ভৱনত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক ৷ ৰাইজৰ উৎসাহ দেখি বৰপেটাত তেওঁৰ বিজয় নিশ্চিত বুলি দাবী কৰে আব্দুল খালেকে ৷ কেৱল এয়াই নহয়, বৰপেটাত নদীৰ সোঁতৰ দৰে বোৱা ৰাইজৰ সমৰ্থনেই বৰপেটাত কংগ্ৰেছক বিজয়ী কৰিব বুলিও মন্তব্য কৰে প্ৰাৰ্থীগৰাকীয়ে ৷

জনীয়াৰ বিধায়ক হিচাপে বিধান সভাৰ মজিয়াত সৰৱ ভূমিকা গ্ৰহণ কৰি অহা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক দুৰ্বল প্ৰাৰ্থী বুলি একাংশ বিৰোধীয়ে কৰা মন্তব্যৰো সমালোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ আনহাতে আব্দুল খালেকৰ ভাষাজ্ঞানক লৈ এ আই ইউ ডি এফে কৰা মন্তব্যক নস্যাৎ কৰি ইংৰাজী অথবা হিন্দী, যিকোনো ভাষাতে সদনত মাত মাতিবলৈ সক্ষম বুলিও প্ৰকাশ কৰে আব্দুল খালেকে ৷

Slug:     A_BAR_6APR_801TO803_BARPETA_CONG_CANDIDATE_ABDUL_KHALEQUE_RALI_VIS+BITE+PHOTO_BAPKAN_DAS                        
 বৰপেটা চহৰত সমৰ্থকৰ সৈতে কং প্ৰাৰ্থী আব্দুল খালেকৰ  সমদলঃ বৰপেটাত কংগ্ৰেছৰ সপক্ষে বৈছে জনসমৰ্থনৰ ঢল ৷৷

বৰপেটা, ৬ এপ্ৰিলঃ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া বৰপেটা লোকসভা সমষ্টিৰ প্ৰচাৰ অভিযান এতিয়াও স্তিমিত হৈয়েই আছে ৷ তাৰমাজতো বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক লৈ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎসাহ ৷ শুক্ৰবাৰে বিয়লি বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যৰ প্ৰাকিতন মন্ত্ৰী শুকুৰ আলী আহমেদৰ সৈতে বৰপেটা চহৰত এক সমদলৰ নেতৃত্ব লয় ৷ কেবাশ কংগ্ৰেছ কৰ্মীৰ সৈতে বৰপেটা চহৰৰ মাজেৰে সমদল কৰি ৰাজীৱ ভৱনত উপস্থিত হয় কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক ৷ ৰাইজৰ উৎসাহ দেখি বৰপেটাত তেওৰ বিজয় নিশ্চিত বুলি দাবী কৰে আব্দুল খালেকে ৷ খালেকৰ মতে, বৰপেটাত নদীৰ ঢলৰ দৰেই ৰাইজৰ সমৰ্থনৰ যি ঢল বৈছে, সেই সমৰ্থনেই বৰপেটাত বিজয়ী কৰিব কংগ্ৰেছক ৷ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকসকল যিদৰে স্বতস্ফূৰ্তভাৱে ওলাই আহিছে সিয়ে তেওক বিপুল ভোটত জয়ী কৰিব বুলিও দাবী কৰে আব্দুল খালেকে ৷ জনীয়াৰ বিধায়ক হিচাপে বিধান সভাৰ মজিয়াত সৰৱ ভূমিকা গ্ৰহন কৰি অহা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক দূৰ্বল প্ৰাৰ্থী বুলি একাংশ বিৰোধীয়ে কৰা মন্তব্যৰো তেও সমালোচনা কৰে ৷ আনহাতে আব্দুল খালেকৰ ভাষাজ্ঞানক লৈ এআইইউডিএফে কৰা মন্তব্যক নস্যাৎ কৰি ইংৰাজী অথবা  হিন্দী যিকোনো ভাষাতে তেও সদনত মাত মাতিবলৈ সক্ষম বুলিও প্ৰকাশ কৰে ৷

বাইটঃ আব্দুল খালেক, কং প্ৰাৰ্থী, বৰপেটা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.