ETV Bharat / state

'চলো পাল্টাই' এটা গেৰুৱা শ্লোগান-আব্দুল খালেক - আব্দুল খালেক

'চলো পাল্টাই' এটা গেৰুৱা শ্লোগান, এইটো বিজেপি দলৰ হে শ্লোগান বুলি অভিযোগ বৰপেটাৰ নৱ-নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ। যি সকলে বিজেপি দলৰ লগত থাকে তেওঁলোকে চলোঁ পালটাই কোৱাটো মোৰ কোনো আপত্তি নাই। কিন্তু যি সকল বিজেপি বিৰোধী তেওঁলোকে এই বিভ্ৰান্তিৰ পিছত দৌৰিব নালাগে বুলি পৰামৰ্শ সাংসদ গৰাকীৰ।

ETV BHARAT
author img

By

Published : Jun 9, 2019, 5:32 PM IST

জনীয়া, ৯ জুন:'চলো পাল্টাই' বিজেপিৰ শ্লোগান বুলি অভিযোগ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ। 'চলো পাল্টাই' শ্লোগানে সামাজিক অশান্তিৰ সৃষ্টি কৰিব বুলিও মন্তব্য।

'চলো পাল্টাই' এটা গেৰুৱা শ্লোগান-আব্দুল খালেক
'চলো পাল্টাই' এটা গেৰুৱা শ্লোগান, এইটো বিজেপি দলৰ হে শ্লোগান বুলি অভিযোগ বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ। যি সকলে বিজেপি দলৰ লগত থাকে তেওঁলোকে 'চলো পাল্টাই' কোৱাটো মোৰ কোনো আপত্তি নাই। কিন্তু যি সকল বিজেপি বিৰোধী তেওঁলোকে এই বিভ্ৰান্তিৰ পিছত দৌৰিব নালাগে বুলি পৰামৰ্শ সাংসদ গৰাকীৰ। কাৰণ 'চলো পাল্টাই' শ্লোগানে সামাজিক অশান্তিৰ সৃষ্টি কৰিব। 'চলো পাল্টাই'ৰ বিৰোধিতা কৰে বুলি মন্তব্য সাংসদগৰাকীৰ। আনহাতে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন সম্পৰ্কে কি চিন্তা চৰ্চা কৰা হৈছে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত, কংগ্ৰেছ দলে নিৰ্ধাৰণ কৰিব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

Intro:slug: as_jania_9jun_mp_abdul_khaleque_vis1+byt1_asc10058

জনীয়া, ৯ জুন: 'চলোঁ পালটাই' বিজেপিৰ শ্লোগান বুলি অভিযোগ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ। 'চলোঁ পালটাই' শ্লোগানে সামাজিক অশান্তিৰ সৃষ্টি কৰিব বুলিও মন্তব্য।Body:slug: as_jania_9jun_mp_abdul_khaleque_vis1+byt1_asc10058

'চলোঁ পালটাই' এটা গেৰুৱা শ্লোগান, এইটো বিজেপি দলৰ হে শ্লোগান বুলি অভিযোগ বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ। যি সকলে বিজেপি দলৰ লগত থাকে তেওঁলোকে চলোঁ পালটাই কোৱাটো মোৰ কোনো আপত্তি নাই। কিন্তু যি সকল বিজেপি বিৰোধী তেওঁলোকে এই বিভ্ৰান্তিৰ পিছত দৌৰিব নালাগে বুলি পৰামৰ্শ সাংসদ গৰাকীৰ। কাৰণ চলোঁ পালটাই শ্লোগানে সামাজিক অশান্তিৰ সৃষ্টি কৰিব। যাৰ বাবে মই চলোঁ পালটাইৰ বিৰোধিতা কৰো। আজি সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে আব্দুল খালেকে। আনহাতে, জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন সম্পৰ্কে কি চিন্তা চৰ্চা কৰা হৈছে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত, কংগ্ৰেছ দলে নিৰ্ধাৰণ কৰিব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।Conclusion:slug: as_jania_9jun_mp_abdul_khaleque_vis1+byt1_asc10058

বাইট: সাংসদ আব্দুল খালেক।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.