ETV Bharat / state

বিয়াৰ সাজেৰে ন কইনা আহিল এন আৰ চি কেন্দ্ৰলৈ

নাগৰিকত্বৰ প্ৰমাণ দিবলৈ বৰপেটাৰোডৰ এন আৰ চি কেন্দ্ৰলৈ বিয়াৰ সাজেৰে আহিল ন কইনা ।

author img

By

Published : Jun 28, 2019, 2:09 AM IST

বিয়াৰ সাজেৰে ন কইনা আহিল এন আৰ চি কেন্দ্ৰলৈ

বৰপেটাৰোড, 28 জুনঃ বৃহস্পতিবাৰে এন আৰ চিৰ কেন্দ্ৰলৈ বিয়াৰ সাজেৰে আহিল ন কইনা । নাগৰিকত্বৰ প্ৰমাণ দিবলৈ বৰপেটাৰোডৰ এন আৰ চিৰ কেন্দ্ৰলৈ আহিল খৈৰাবাৰীৰ তুলিকা বাদ্যকাৰ নামৰ ন কইনা এগৰাকী ৷ উল্লেখ্য যে, যোৱা নিশা চিৰাঙৰ বিজনীত বিয়া হোৱাৰ পিছতে বৃহস্পতিবাৰে পিতৃ গৃহৰ পৰা বিদায় লৈ বৰযাত্ৰীৰ গাড়ীৰে এন আৰ চি কেন্দ্ৰটোত আহি উপস্থিত হ'ল কইনাগৰাকী ।

সম্পূৰ্ণ কইনাৰ সাজেৰে বৃহস্পতিবাৰে এই গৰাকী ন কইনা বৰপেটাৰোডৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোত থকা এন আৰ চিৰ কেন্দ্ৰলৈ আহি শুনানিত উপস্থিত হৈ সম্পূৰ্ণ কৰে এন আৰ চিৰ বাকী থকা কাম ৷ ন কইনাক দেখি স্বাভাৱিকতে উৎসাহিত হৈ পৰে উপস্থিত ৰাইজ আৰু কেন্দ্ৰটোৰ কৰ্মচাৰী সকল ৷ সেয়ে পলম নকৰি সোনকালে কইনাজনীৰ শুনানিৰ কাম সমাধা কৰি দিয়ে কৰ্মচাৰী সকলে ৷ পাছত কইনাজনীক আৰ্শীবাদ দি বিদায় দিয়ে উপস্থিত ৰাইজে ৷

Intro:বৰপেটাৰোডত বৃহস্পতিবাৰে NRCৰ কেন্দ্ৰলৈ বিয়াৰ সাজেৰে আহিল ন কইনা ৷Body:শৰীৰৰ পৰা মাহালধীৰ গোন্ধ যোৱাই নাই ৷ যোৱা নাই মেহেন্দিৰ গোন্ধও ৷ তথাপিও অসমত নাগৰিকত্বৰ পৰীক্ষা দিবলৈ বৰপেটাৰোডৰ খৈৰাবাৰীৰ তুলিকা বাদ্যকাৰ নামৰ ন কইনা জনীয়ে বৰপেটাৰোডৰ NRC কেন্দ্ৰলৈ বিয়াৰ সাজেৰে আহিছিল ৷উল্লেখ্য যে যোৱা নিশা চিৰাঙৰ বিজনীত বিয়া হোৱাৰ পিছতে বৃহস্পতিবাৰে পিতৃ গৃহৰ পৰা বিদায়লৈ বৰযাত্ৰীৰ গাড়ীৰে NRCৰ কেন্দ্ৰটোলৈ আহি উপস্থিত হল কইনাজনী ৷Conclusion:সম্পূৰ্ণ কইনাৰ সাজেৰে বৃহস্পতিবাৰে এই গৰাকী ন কইনা বৰপেটাৰোডৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলোত থকা NRCৰ কেন্দ্ৰলৈ আহি শুনানিত উপস্থিত হৈ NRCৰ বাকী থকা কাম সম্পূৰ্ণ কৰে ৷
ন কইনাক দেখি স্বাভাৱিকতে উৎসাহিত হৈ পৰে উপস্থিত ৰাইজ আৰু কেন্দ্ৰটোৰ কৰ্মচাৰী সকল ৷ সেয়ে পলম নকৰি সোনকালে কইনাজনীৰ হিয়েৰিঙৰ কাম সমাধা কৰি দিয়ে কৰ্মচাৰী সকলে ৷ পাছত কইনাজনীক আৰ্শীবাদ দি বিদায় দিয়ে উপস্থিত ৰাইজে ৷

Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.