ETV Bharat / state

নাৰী শক্তি প্ৰদৰ্শনেৰে নিৰ্বাচনী ৰণডংকা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ - মহিলা শক্তি প্ৰদৰ্শন

অসম গণ পৰিষদৰ ভগ্নী সংগঠন মহিলা পৰিষদৰ বিশাল মহিলা সমাৰোহেৰে অগপৰ দূৰ্গ হিচাপে খ্যাত বঙাইগাঁৱত নিৰ্বাচনী ৰণডংকা বজালে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ পৰা প্ৰায় বাৰ সহস্ৰাধিক যুৱতী মহিলাই অংশ গ্ৰহণ কৰে এই সমাৰোহত ৷

নাৰী শক্তি প্ৰদৰ্শনেৰে নিৰ্বাচনী ৰণডংকা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ

author img

By

Published : Feb 21, 2021, 9:40 PM IST

বৰপেটা,21 ফেব্ৰুৱাৰী: অগপৰ দূৰ্গ হিচাপে খ্যাত বঙাইগাঁৱত বিশাল মহিলা সমাৰোহ ৷ বঙাইগাঁৱৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত দেওবাৰে নাৰী শক্তি প্ৰদৰ্শনেৰে নিৰ্বাচনী ৰণডংকা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ । অসম গণ পৰিষদৰ ভগ্নী সংগঠন মহিলা পৰিষদৰ সমাৰোহত জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ পৰা প্ৰায় বাৰ সহস্ৰাধিক যুৱতী মহিলাৰ সমাগমেৰে শক্তি প্ৰদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে ৷

নাৰী শক্তি প্ৰদৰ্শনেৰে নিৰ্বাচনী ৰণডংকা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ
নাৰী শক্তি প্ৰদৰ্শনেৰে নিৰ্বাচনী ৰণডংকা মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ
আগন্তুক বিধানসভাত নিৰ্বাচনৰ প্ৰাকক্ষণত বৃহৎ মহিলা শক্তি প্ৰদৰ্শন কৰি নিৰ্বাচনী ৰণডংকা বজোৱা সভা খনত অগপ নেতা মনি মাধৱ মহন্ত, প্ৰাক্তন বিধায়ক ভূপেন ৰায়কে ধৰি অসম যুৱ পৰিষদ আৰু ছাত্ৰ সমাজৰ কৰ্মী সকল উপস্থিত থাকে ৷

লগতে পঢ়ক: পাথাৰকান্দিত কংগ্ৰেছৰ পৰ্যবেক্ষকৰ সন্মুখত সমৰ্থকৰ বিৰোধী শ্ল’গান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.