ETV Bharat / state

বিজেপিৰ বৰপেটা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা

author img

By

Published : Dec 30, 2020, 10:16 AM IST

Updated : Dec 30, 2020, 11:13 AM IST

চেঙাৰ সমূহীয়া ভৱনত অনুষ্ঠিত হয় বিজেপি দলৰ বৰপেটা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা ৷ সভাত সভাপতিত্বত কৰে বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ চন্দ্ৰ দাসে ৷ উক্ত সভাতে কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ কুৰিৰো অধিক নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে বিজেপিত ৷

Bjp's Barpeta District Committee Executive Meeting
বিজেপিৰ বৰপেটা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা

বৰপেটা,৩০ ডিচেম্বৰ: বিজেপি দলৰ বৰপেটা জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাখন জিলাখনৰ চেঙাৰ সমূহীয়া ভৱনত অনুষ্ঠিত হয় । বিজেপিৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস,অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ,বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ তথা বৰপেটা জিলাৰ প্ৰভাৰী ফনী পাঠক,সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান আদি উপস্থিত থাকে ।

উক্ত কাৰ্যনিৰ্বাহক সভাতেই চেঙা সমষ্টিকে ধৰি বৰপেটা জিলাৰ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ কুৰিও অধিক নেতা-কৰ্মীয়ে বিজেপি দলত যোগদান কৰে জানিবলৈ দিছে বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ চন্দ্ৰ দাস । সভাত বিজেপিয়ে উন্নয়নৰ শ্ল'গানক মূলমন্ত্ৰ হিচাপে লৈ ২০২১ৰ নিৰ্বাচন খেলিব বুলি মন্তব্য প্ৰকাশ কৰে শংকৰ চন্দ্ৰ দাসে ।

লগতে পঢ়ক:3 সন্তানৰ শিক্ষক পিতৃয়ে পলুৱাই নিলে প্ৰাক্তন ছাত্ৰীক

Last Updated : Dec 30, 2020, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.