ETV Bharat / state

উপ-নিৰ্বাচনঃ কলগাছিয়াত বিজেপিৰ প্ৰস্তুতি সভা - উপ নিৰ্বাচন

জনীয়া বিধানসভা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় এই প্ৰস্তুতি সভাত ৷

কলগাছিয়াত বিজেপিৰ প্ৰস্তুতি সভা
author img

By

Published : Jun 13, 2019, 11:28 PM IST

জনীয়া,১৩জুন: বৃহস্পতিবাৰে জনীয়া সমষ্টিৰ কলগাছিয়াত বিজেপিৰ এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয় । ৰূপসী ব্লক বিজেপিৰ উদ্যোগত জনীয়া সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচন সন্দৰ্ভত এই সভাখন অনুষ্ঠিত কৰা হয় । ৰূপসী মণ্ডলৰ সভাপতি চন্দ্ৰকান্ত আৰ্যৰ সভাপতিত্বত অনুষ্ঠিত এই প্ৰস্তুতি সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুকতাৰ হুছেইন খান, বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাস, জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আমানুৰ ৰহমান খান প্ৰমুখ্যে সমষ্টিটোৰ কেবাশতাধিক বিজেপি কৰ্মী উপস্থিত থাকে । সভাত বিজেপিৰ সকলো প্ৰাৰ্থীৰ পৰা আৰম্ভ কৰি বিজেপি কৰ্মীসকল উপ নিৰ্বাচনত জনীয়া সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীক জয় কৰাৰ বাবে সংকল্পবদ্ধ হয় ।

কলগাছিয়াত বিজেপিৰ প্ৰস্তুতি সভা

ইফালে, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুকতাৰ হুছেইনে বিজেপি দলৰ উন্নয়নমূলক কাম-কাজ সন্দৰ্ভত আলোচনা কৰি কয় যে, ''জুলাই মাহৰ প্ৰথম সপ্তাহত জনীয়াত অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এখন অভিবৰ্তন অনুষ্ঠিত হ'ব " । আজিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি সভাৰ পৰাই বিজেপিৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হল বুলি হুছেইনে মন্তব্য কৰি সংখ্যালঘু মৰ্চাৰ অভিবৰ্তনত জনীয়াৰ কংগ্ৰেছ আৰু এ.আই.ইউ.ডি.এফ দলৰ ২০ সহস্ৰাধিক কৰ্মীয়ে বিজেপিত যোগদান কৰিব বুলি মত প্ৰকাশ কৰে । সভাত জনীয়া সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু ভোটাৰ বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে বুলিও মন্তব্য কৰে হুছেইনে ।

Intro:slug: as_jania_13jun_bjp_meeting_vis3+byt2_asc10058

জনীয়া, 13 জুন: কলগাছিয়াত আজি ৰূপসী ব্লক বিজেপিৰ উদ্যোগত উপ নিৰ্বাচনৰ সন্দৰ্ভত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়।Body:slug: as_jania_13jun_bjp_meeting_vis3+byt2_asc10058

জনীয়া সমষ্টিৰ কলগাছিয়াত আজি ৰূপসী ব্লক বিজেপিৰ উদ্যোগত জনীয়া সমষ্টিত হবলগীয়া উপ নিৰ্বাচনৰ সন্দৰ্ভত এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়।ৰূপসী মণ্ডলৰ সভাপতি চন্দ্ৰকান্ত আৰ্য্যৰ সভাপতিত্বত অনুষ্ঠিত প্ৰস্তুতি সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুকতাৰ হুছেইন খান, বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ চন্দ্ৰ দাস, জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি আমানুৰ ৰহমান খান প্ৰমুখ্যে সমষ্টিটোৰ কেবাশতাধিক বিজেপি কৰ্মী উপস্থিত থাকি উপ নিৰ্বাচনত জনীয়া সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থীক জয় কৰাৰ বাবে সংকল্পবদ্ধ হয়। সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুকতাৰ হুছেইনে বিজেপি দলৰ উন্নয়নমূলক কাম কাজ সন্দৰ্ভত আলোচনা কৰি কয় যে অহা জুলাই মাহৰ প্ৰথম সপ্তাহত জনীয়াত অসম ৰাজ্যিক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এখন অভিবৰ্তন অনুষ্ঠিত হব। আজিৰ উপ নিৰ্বাচনৰ প্ৰস্তুতি সভাৰ পৰাই বিজেপিৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হল বুলি মন্তব্য কৰি সংখ্যালঘু মৰ্চাৰ অভিবৰ্তনত জনীয়াৰ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ ২০ সহস্ৰাধিক কৰ্মী বিজেপি দলত যোগদান কৰিব। জনীয়া সমষ্টিৰ ধৰ্মীয় সংখ্যালঘূ ভোটাৰ বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধে তেওঁ ক্ষুৰধাৰ সমালোচনা কৰে।
Conclusion:slug: as_jania_13jun_bjp_meeting_vis3+byt2_asc10058

বাইট : মুকতাৰ হুছেইন খান।

স্বফিকুল হাছান, জনীয়া।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.