বৰপেটা , 15 চেপ্তেম্বৰঃ বৰপেটা চহৰৰ সোণকুছিত শনিবাৰে নিশা সংঘটিত হয় হয় এক চুৰি কাণ্ড ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সমীপৰ দিলফুকৰ হুছেইনৰ ঘৰৰ পৰা চোৰে চুৰ কৰি নিয়ে এখন মটৰ চাইকেল ৷ ঘৰৰ বাৰাণ্ডাৰ পৰাই চুৰি কৰি নিয়া মটৰ চাইকেলখনৰ নম্বৰ AS 15 M 7287 ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস আৰু এগৰাকী অতিৰিক্ত উপায়ুক্তৰ বাসভৱনৰ পৰাই চোৰে চুৰি কৰি নিছিল দুখনকৈ গাড়ী ৷ আনহাতে চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমুহতো প্ৰায়ে চুৰিৰ ঘটনা সংঘটিত হোৱা ঘটনাই চহৰখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সমীপতে চুৰি কাৰ্য
বৰপেটা চহৰত চোৰৰ তাণ্ডৱ ৷ বৰপেটাৰ বিধায়ক আৰু অতিৰিক্ত উপায়ুক্তৰ বাসভৱনৰ পৰা দুখনকৈ গাড়ী চুৰিৰ পাছত আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সমীপৰ পৰাই চুৰি কৰি নিলে মটৰ চাইকেল ৷
বৰপেটা , 15 চেপ্তেম্বৰঃ বৰপেটা চহৰৰ সোণকুছিত শনিবাৰে নিশা সংঘটিত হয় হয় এক চুৰি কাণ্ড ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সমীপৰ দিলফুকৰ হুছেইনৰ ঘৰৰ পৰা চোৰে চুৰ কৰি নিয়ে এখন মটৰ চাইকেল ৷ ঘৰৰ বাৰাণ্ডাৰ পৰাই চুৰি কৰি নিয়া মটৰ চাইকেলখনৰ নম্বৰ AS 15 M 7287 ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস আৰু এগৰাকী অতিৰিক্ত উপায়ুক্তৰ বাসভৱনৰ পৰাই চোৰে চুৰি কৰি নিছিল দুখনকৈ গাড়ী ৷ আনহাতে চহৰখনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমুহতো প্ৰায়ে চুৰিৰ ঘটনা সংঘটিত হোৱা ঘটনাই চহৰখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
বৰপেটা, ১৫ ছেপ্টেম্বৰঃ বৰপেটা চহৰৰ সোণকুছিত নিশা সংঘটিত হয় এটা চুৰিৰ ঘটনা ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সমীপৰ দিলফুকৰ হুছেইনৰ ঘৰৰ পৰা চোৰে চুৰি কৰি নিয়ে এখন মটৰ চাইকেল ৷ মটৰ চাইকেলখনৰ নম্বৰ AS 15 M 7287, ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সমীপতে সংঘটিত হোৱা চুৰিৰ এই ঘটনাটোৱে চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ Body:সোণকুছিৰ দিলফুকৰ হুছেইনৰ ঘৰৰ বাৰাণ্ডাত আছিল মটৰ চাইকেলখন ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস আৰু এগৰাকী অতিৰিক্ত উপায়ুক্তৰ বাসভৱনৰ পৰাই চোৰে চুৰি কৰি নিছিল দুখনকৈ গাড়ী ৷ আনহাতে চহৰখনতৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমুহতো প্ৰায়ে চুৰিৰ ঘটনা সংঘটিত হৈ অহা ঘটনাকলৈ চহৰখনত ব্যাপক প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে ৷ এইক্ষেত্ৰত আৰক্ষীক বিহীত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে চহৰবাসীয়ে ৷
Conclusion:বাইট: দিলফুকৰ হুছেইন, স্বত্তাধিকাৰী
--- বাপকন দাস, বৰপেটা